• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 1:12 pm
1.6k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তান এ দলৰ বিৰুদ্ধে ডাম্বুলাৰ ৰাংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৈভৱ সূৰ্যৱংশীয়ে মাত্ৰ ২২টা বলত ২০০ ষ্ট্ৰাইক ৰেটত ৪৪ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে। আটাইতকৈ আচৰিত কথাটো হ‘ল যে আৰম্ভণিৰে পৰা ছিক্স কোবোৱাৰ বাবে পৰিচিত এই ১৫ বছৰীয়া কিশোৰগৰাকীয়ে এই ইনিংছটোত এটাও ছিক্স মৰা নাছিল। তেওঁ কেৱল চাৰিৰে বলাৰৰ সৈতে মোকাবিলা কৰিছিল। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৯টা চাৰি ওলাইছিল, যাৰ বাবে প্ৰখ্যাত ক্ৰিকেট ধাৰাভাষ্যকাৰ হৰ্ষ ভোগলেই তেওঁক প্ৰশংসা কৰিছে। কিন্তু হৰ্ষ ভোগলেৰ মনত এক আক্ষেপ ৰৈ গ‘ল যে তেওঁ বৈভৱৰ এই সুন্দৰ ইনিংছটো চাব নোৱাৰিলে।

হৰ্ষ ভোগলেই নিজৰ এক্স একাউণ্টত লিখিছে যে বৈভৱ সূৰ্যৱংশীয়ে ইণ্ডিয়া এ দলৰ হৈ আফগানিস্তান এ দলৰ বিৰুদ্ধে ২২টা বল খেলি ৪৪ ৰাণ সংগ্ৰহ কৰে। কিন্তু আটাইতকৈ আমোদজনক কথাটো হ‘ল তেওঁ ৯টা চাৰি মাৰিছিল আৰু এটাও ছিক্স মৰা নাছিল। ভোগলেই লগতে কয় যে মই খেলখন চাব নোৱাৰিলোঁ, কিন্তু ইয়াৰ পৰা বুজা যায় যে তেওঁ নিজৰ খেলৰ শৈলী আৰু উন্নত কৰি তুলিছে।

Apply Now

খেলখনত আফগানিস্তান এ দলৰ অধিনায়ক ইমৰাণ মীৰে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতে বৈভৱ সূৰ্যৱংশীয়ে কোনো সময় নষ্ট নকৰাকৈ বিৰোধী দলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। তেওঁ নিজৰ প্ৰথমটো বলতেই চাৰি মাৰি ইনিংছৰ শুভাৰম্ভ কৰে আৰু তাৰ পিছত পিছলৈ ঘূৰি চাব লগা হোৱা নাই। আফগানিস্তানৰ বলাৰৰ যিকোনো দুৰ্বল বলক তেওঁ বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াইছিল। এই যুৱ খেলুৱৈগৰাকীৰ আক্ৰমণাত্মক বেটিঙৰ বাবেই ইণ্ডিয়া এ দলে মাত্ৰ পাঁচ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৫০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

তেওঁ বাৰে বাৰে অফ চাইডৰ গেপ বিচাৰি উলিয়াইছিল। ইয়াৰ লগতে চৰ্ট পিচ বলৰ ওপৰতো তেওঁ নিজৰ আধিপত্য বিস্তাৰ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল। প্ৰভচিমৰণ সিঙৰ সৈতে তেওঁৰ ৭৪ ৰাণৰ অংশীদাৰিত্বই দলৰ ইনিংছৰ এক শক্তিশালী ভেটি স্থাপন কৰিছিল। এটা সময়ত এনে লাগিছিল যেন বৈভৱে অতি সহজেই নিজৰ অৰ্ধশতক পূৰণ কৰিব, কিন্তু অষ্টম অভাৰৰ প্ৰথমটো বলতেই আব্দুল্লা আহমেদজায়ে আফগানিস্তান এ দলটোক সফলতা প্ৰদান কৰে।

আচলতে, সূৰ্যৱংশীয়ে এটা চৰ্ট বলত ৰেম্প শ্বট মৰাৰ চেষ্টা কৰিছিল, কিন্তু বলটো গৈ পোনে পোনে উইকেটকীপাৰ ইছাক ৰাহিমিৰ হাতত পৰে। আউট হোৱাৰ পিছত এই শ্বটটোৰ বাবে বৈভৱক যথেষ্ট নিৰাশ হোৱা দেখা গৈছিল। অৱশ্যে তেওঁৰ এই মাত্ৰ ২২টা বলৰ ধুমুহাৰ দৰে ইনিংছটোৱে দৰ্শকক বহুত মনোৰঞ্জন দিলে আৰু খেলৰ গতি সম্পূৰ্ণৰূপে ভাৰত এ দলৰ সপক্ষে লৈ গ‘ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd