• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ বেলসিদ্ধীয়া সত্ৰত নাম কীৰ্ত্তনেৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীলৈ বৈষ্ণৱসকলৰ শ্ৰদ্ধাঞ্জলি

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , August 18, 2018 8:13 am

1 min read

atal-bihari-vajpayee-extends-wishes-to-rajnath-singh_020414105120
94
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ল। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুখাগ্নি কৰে তেখেতৰ তোলনীয়া জী নমিতা ভটাচাৰ্যই। হাজাৰ হাজাৰ জনতাই ৰাষ্ট্ৰনেতাগৰাকীৰ শেষযাত্ৰাত ভাগ লয়। বিভিন্ন দেশৰ প্ৰতিনিধিসকলেও শেষকৃত্য অনুস্থানত ভাগ লোৱা দেখিবলৈ পোৱা যায়।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ভাগি পৰিছে মাজুলীবাসী৷ প্ৰয়াত বাজপেয়ী কেৱল এজন ৰাজনীতিবিদেই নহয়, তেওঁ আছিল কবি, লিখক আৰু মানৱতাৰ পূজাৰী৷

প্ৰিয় ৰাষ্ট্ৰনেতাগৰাকীক সুঁৱৰি মাজুলীৰ বেলসিদ্ধীয়া সত্ৰত সহস্ৰাধিক বৈষ্ণৱে সত্ৰৰ নামঘৰত একত্ৰিত হৈ নাম-কীৰ্ত্তনেৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। একেধাৰে এগৰাকী ৰাজনীতিবিদ, লিখক আৰু মানৱ দৰদী কবি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত তেখেতৰ গুণমুগ্ধ বৈষ্ণৱসকল মৰ্মাহত হৈ পৰে ।বেলসিদ্ধীয়া সত্ৰৰ নামঘৰত অনুষ্ঠিত এক শোকসভাত সকলোৱে বাজপেয়ীৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd