DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিহিং পাটকাইত ক’ল ইণ্ডিয়াৰ মুক্ত খনন সন্দৰ্ভত মাৰ্ঘেৰিটাত ১৪ টা দল সংগঠনৰ যৌথ সভা

বৈজ্ঞানীক দৃষ্টি ভংগীৰে কয়লা কয়লা খনন অব্যাহত ৰখাত গুৰুত্ব আৰোপ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 1, 2020 5:56 pm
যৌথ সভা

যৌথ সভা

5.2k
VIEWS
Share on FacebookShare on Twitter

দিহিং পাটকাইত ক’ল ইণ্ডিয়াৰ মুক্ত খনন সন্দৰ্ভত আজি মাৰ্ঘেৰিটা খণ্ড উন্নয়ন কাৰ্য্যালয়ত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে পৌৰোহিত্য কৰা আৰু মাৰ্ঘেৰিটা অঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈয়ে আঁ‌ত ধৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা সমিতি,  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটছা, আছা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, আহোম সভা, টাইপা, টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, টাংছা, আগছু, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সহ প্ৰতিটো দল সংগঠনৰ সভাপতি, সম্পাদকে অংশগ্ৰহণ কৰে।

শেহতীয়াকৈ চৰ্চা হোৱা দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খনন হ’ব বুলি সৃষ্টি হোৱা বিৰ্তকৰ পাছতেই বিভিন্ন দল-সংগঠনে আন্দোলন কাৰ্যসূচী হাতত লৈছিল আৰু ইয়াৰ মাজতে এটা কথা ব্যাপক ৰূপত চৰ্চা হৈছিল যে এই আন্দোলন সমূহৰ ফলত ক’ল ইণ্ডিয়াৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা বন্ধ হৈ পৰিব আৰু ইয়াৰ ফলত হ’ব পৰা ক্ষতি সন্দৰ্ভতো আলোনা কৰা হয়।

আজি বিভিন্ন দল-সংগঠনৰ উপস্থিত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ সভাখনৰ জৰিয়তে যৌথ ভাৱে সংগঠন সমূহে স্পষ্ট কৰি দিব বিচাৰিছে যে, এই আন্দোলন উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ বন্ধৰ পক্ষে নহয় বা যিকোনো মূল্যৰ বিনিময়ত এই উদ্যোগক বন্ধ হ’বলৈ দিয়া নহ’ব।

প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি বৈজ্ঞানীক দৃষ্টি-ভংগীৰে কয়লা খনন কৰিবলৈ দাবী জনাই সংগঠন সমূহে।

পাটকাইৰ চালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত কোনো পধ্যেই কয়লাৰ মুক্ত খনন হ’বলৈ দিয়া নহ’ব বুলি আজিৰ সভাই সিদ্ধান্ত লোৱাৰ লগতে অনতিপলমে সংবাদ মাধ্যম যোগে পৰবৰ্তী কাৰ্যসূচী সম্পৰ্কে অৱগত কৰিব বুলি মাৰ্ঘেৰিটা আছুৰ সম্পাদক ৰুপম বৰুৱাই এক বিবৃতি যোগে জানিবলৈ দিয়ে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd