• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এছ পি সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
May 8, 2020 6:21 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সন্তোষ হোজাই হত্যাকাণ্ডৰ প্ৰতিবাদ আৰু ডি এছ পি সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত হাৰাঙ্গাজাও জিছৰু ষ্ট্যাচু চৌহদত হাৰাঙ্গাজাওৰ বিভিন্ন দল-সংগঠনে লকডাউন প্ৰত্যাখ্যান কৰি ঘৰৰ পৰা ওলাই আহি ধৰ্ণা কাৰ্যসূচীত ভাগ লয়।

হাতে হাতে প্লেকাৰ্ড লৈ ওলাই অহা ৰাইজে চি বি আই তদন্তৰ দাবী উত্থাপন কৰাৰ উপৰি সূৰ্যকান্ত মৰাঙৰ পুত্তলিকা দাহ কৰে।

Apply Now

উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত হাৰাঙ্গাজাওৰ নিজ গৃহৰ পৰা অপহৃত হোৱা প্ৰাক্তন ডি এইচ্ছ ডি সদস্য সন্তোষ হোজাইৰ মৃতদেহ যোৱা ৩০ এপ্ৰিলত লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিং এলেকাত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল।

মৃতদেহ উদ্ধাৰৰ পিছতে এই অপহৰণ আৰু হত্যাকাণ্ডত সূৰ্যকান্ত মৰাং প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল। সেয়ে এতিয়া ডিমা হাচাও আৰক্ষীয়ে অতি শীঘ্ৰে ডি এছ পি মৰাঙক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সাধাৰণ লোকে দাবী জনাইছে।

আডছু ডিমা হাছাও জিলা সভাপতি উত্তম লাংঠাচাই কয়, ‍‘লকডাউনৰ মাজত ইমান ডাঙৰ ঘটনা সংঘটিত হ’ল কিন্তু আৰক্ষীয়ে আজিকোপতি এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা নাই, এয়া আচৰিত আৰু দুৰ্ভাগ্যজনক। যিহেতু ডি এছ পি সূৰ্যকান্ত মঙৰ নাম এই হত্যাৰ সৈতে সাঙুৰ খাইছে আৰু তথ্য প্ৰমাণ আছে, সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে’।

ইয়াৰ উপৰি অপহৰণ আৰু হত্যাৰ লগত জড়িত সকলো ব্যক্তিকে কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি দিয়াৰো দাবী জনায়।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

July 20, 2026 11:14 pm
গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

July 20, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd