• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ আঠখন তৈলক্ষেত্ৰ বিদেশী কোম্পানীক; বিভিন্ন দল-সংগঠনৰ বিৰোধিতা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 19, 2020 9:16 am
20200519_021153

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ আঠখন তৈলক্ষেত্ৰ বিদেশী কোম্পানীৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ বিভিন্ন দল সংগঠন।

সদৌ অসম ছাত্ৰ সন্থা,বীৰ লাচিত সেনা,অনুসূচীত জাতি ছাত্ৰ সন্থা,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিছে।

Apply Now

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পদক সমীৰণ ফুকনে কয়, ‘’অসমৰ সম্পদৰ ওপৰত থকা অধিকাৰ কেন্দ্ৰীয় চৰকাৰে যি ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিব বিচাৰিছে সেই কাৰ্যক শিৱসাগৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছো।‘’

‘’অসমৰ সম্পদ আহৰণ কৰি মুনাফা লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানীক গতাই দিব বিচাৰিছে এই কথা কেতিয়াও মানি লোৱা নহব। অনাগত দিনত অ’এনজিচি কৰ্তৃপক্ষই উচিত প্ৰত্যুতৰ পাবলৈ সাজু হৈ থাকিব লাগিব,’’ আছু নেতাজনে লগতে কয়।

আনহাতে, বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই কয়,’’লকডাউনৰ সুবিধালৈ অ’এনজিচিয়ে আঠ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানী বা বিদেশী কোম্পানীক গতাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে তাক কোনো কাৰণতে বীৰ লাচিত সেনাই মানি নলয়। তেওঁলোকে অসমীয়াৰ আবেগক লৈ খেলিছে।‘’

বৰুৱাই কয়,‘’অসমৰ মাতৃ গৰ্ভৰ পৰা ওলোৱা প্ৰতিটো সম্পদৰ মালিকীস্বত্ব কোনো বাহিৰাগত কোম্পানীৰ হাতলৈ যোৱাটো কেতিয়াও মানি নলও।‘’

অ’এনজিচিক এনেকাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে বীৰ লাচিত সেনাই।

বীৰ লাচিত সেনাৰ নেতাজনে লগতে কয় যে এই লকডাউনৰ গইনা লৈ অসমত এক লুন্ঠনৰাজ আৰম্ভ হৈছে। দিহিং পাটকাইত কয়লা খননৰ অনুমতি দিয়া কাৰ্যকো তীব্ৰ গৰিহণা দিয়ে বীৰ লাচিত সেনাই।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে কয়, ‘’অসমৰ তৈলক্ষেত্ৰ সমুহ অসমীয়াৰ সম্পদ। এই সম্পদ সমুহ পুজিপতিৰ হাতত গতাই দিবলৈ চৰকাৰক ঠিকা দিয়া নাই। তেজ দিম তেল নিদিও বুলি শ্ল’ গান দিয়া বহু অসমীয়া যুৱক শ্বহীদ হৈছে। এই সকল অসমীয়াৰ কেঁচা তেজক চৰকাৰে অপমান কৰিছে।‘’

তেওঁ চৰকাৰে অসমৰ তৈলক্ষেত্ৰসমুহ পুজিপতিক দিয়াৰ যি হঠকাৰী সিদ্ধান্ত লৈছে তাক পৰিহাৰ কৰিবলৈ দাবী জনায়।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কৃষ্ণ দুৱৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে লকডাউনৰ সুযোগত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অ’এনজিচিৰ আঠ খন তৈলক্ষেত্ৰ বহিৰাগত বনিক গোষ্ঠীক গতাই দিয়াৰ যি চক্ৰান্ত কৰিছ তাক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে কোনো কাৰণতে মানি নলয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd