DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Vax for Vaccine ‘ভেক্স’ শব্দটোক ‘ৱৰ্ড অফ দ্য ইয়েৰ’ ঘোষণা অক্সফ’ৰ্ড ডিক্স’নাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 2:17 pm
Vax in Oxford Dictionery
154
VIEWS
Share on FacebookShare on Twitter

Vax for Vaccine অক্সফ’ৰ্ড ইৰাজী অভিধানৰ সংকলকসকলে ‘ভেক্স’ (Vax) শব্দটোক ‘ৱৰ্ড অফ দ্য ইয়েৰ’ (বছৰটোৰ শ্ৰেষ্ঠ শব্দ) হিচাপে ঘোষণা কৰিছে।

এই বছৰটোত কৰ’না ভাইৰাছ অতিমাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ভেকচিন বা ভেক্স শব্দটো আটাইতকৈ বহুলভাৱে ব্যৱহাৰ হৈছে।

তদুপৰি, কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিস্থিতিত চলিত বছৰত ভেকচিনৰ দুটা ড’জ লোৱাৰ ক্ষেত্ৰত ‘ডাবল ভেক্সড’, ভেকচিন নোলোৱাৰ ক্ষেত্ৰত ‘আনভেক্সড’ আৰু ভেকচিন বিৰোধীৰ ক্ষেত্ৰত ‘এন্টি ভেক্সাৰ’ শব্দসমূহো ব্যাপকভাৱে ব্যৱহাৰ হয়।

অক্সফ’ৰ্ড ডিক্স’নাৰীৰ ছিনিয়ৰ এডিটৰ ফিউনা মেকফাৰ্ছনে কয় যে চলিত বছৰত ‘ভেক্স’ শব্দটো নিৰ্বাচন কৰাৰ স্পষ্ট কাৰণ আছে। গোটেই বছৰজুৰি এই শব্দটোৰ প্ৰভাৱ আছিল অধিক।

তেওঁ কয় যে অৱশ্যে ভেক্স শব্দটো নতুন শব্দ নহয়, বিগত শতিকাৰ আশীৰ দশকত শব্দটোৰ প্ৰথম উদ্ভাৱন হয়। আমাৰ মতে চলিত বছৰৰ পূৰ্বে এই শব্দটোৰ বৰ বেছি ব্যৱহাৰ হোৱা নাই।

ভেক্স শব্দটোৰ ক্ষেত্ৰত Vax আৰু Vaxx দুয়োটা বানানেই গ্ৰহণযোগ্য যদিও এটা এক্স লিখা বানানটোৱে সৰ্বাধিক ব্যৱহৃত হয়।        

Recent News

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd