• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইক্ৰ’ আৰ এন এৰ ওপৰত গৱেষণা! দুই আমেৰিকান বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2024 10:07 am
আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণাৰ পৰ্ব। সেই মৰ্মে চিকিৎসা বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ নাম প্ৰথমে ঘোষণা কৰা হয় । ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে যে মাইক্ৰ’আৰএনএ আৱিষ্কাৰ আৰু জিন নিয়ন্ত্ৰণৰ গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক যৌথভাৱে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদানৰ বিষয়ে কমিটীয়ে অৱগত কৰিছে, এই দুজন বিজ্ঞানীয়ে ১ মিলিমিটাৰ দীঘল C. elegans নামৰ কৃমি এটাৰ ওপৰত গৱেষণা কৰিছে।

এই অধ্যয়নৰ ফলস্বৰূপে C. elegans নামৰ পোকবিধৰ শৰীৰত mRNA ৰূপান্তৰৰ বিষয়ে জনা যায়। গৱেষণাৰ অন্তত বিজ্ঞানী দুজনে বিশ্ববাসীক জনাইছে যে ১ মিলিমিটাৰ দীঘল এই জীৱটোৰ আৰ এন এ ৰূপান্তৰৰ ফলত ডি এন এত জেনেটিক প্ৰ’টিন উৎপন্ন হয়।

Apply Now

লগতে পঢ়কঃ দুৰ্গা পূজা উদযাপনৰ বাবে গুৱাহাটীত জাৰি যান-বাহন নিষেধাজ্ঞা; চাওক কি নিৰ্দেশনা প্ৰশাসনৰ

উল্লেখ্য যে ১৯০১ চনৰ পৰাই নোবেল বঁটা প্ৰদানৰ পৰম্পৰা আৰম্ভ হৈছিল। ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেলৰ নামেৰে এই বঁটা প্ৰদান কৰা হয়। ডাইনামাইটৰ উদ্ভাৱণ কৰি আলফ্ৰেড নোবেলেবিপুল পৰিমাণৰ ধনৰ মালিক হৈ পৰিছিল সেই ধনেই এই বঁটাৰ বাবে দি গৈছিল।

প্ৰথম অৱস্থাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, শান্তি আৰু সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। পিছলৈ ১৯৬৯ চনৰ পৰা অৰ্থনীতিৰ নোবেল বঁটাও প্ৰদান কৰা হয়।

BREAKING NEWS
The 2024 #NobelPrize in Physiology or Medicine has been awarded to Victor Ambros and Gary Ruvkun for the discovery of microRNA and its role in post-transcriptional gene regulation. pic.twitter.com/rg3iuN6pgY

— The Nobel Prize (@NobelPrize) October 7, 2024

কেথলিন কেৰিকো আৰু ড্ৰু ৱাইজমেনে যোৱা বছৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে ভেকচিন প্ৰস্তুত কৰাৰ বাবে এই বঁটা লাভ কৰে কেটলিন কেৰিকো আৰু ড্ৰু ৱাইজমেনে। তেওঁলোকৰ গৱেষণাৰ কেন্দ্ৰবিন্দু আছিল mRNA-এ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে। এই গৱেষণাৰ ফলতে কোভিড ভেকচিনৰ দ্ৰুত বিকাশ ঘটিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd