• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰসংঘৰ গাড়ীৰ ভিতৰতে উদ্দাম যৌনতাত মত্ত এহাল নাৰী-পুৰুষ; ভাইৰেল ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2020 6:49 pm

1 min read

Sex-Act-640x375

ৰাষ্ট্ৰসংঘৰ গাড়ীৰ ভিতৰতে যৌনতাত মত্ত এহাল নাৰী-পুৰুষ।

1.8k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ কেই ছেকেণ্ডমানৰ এটা ভিডিঅ’ই ইন্টাৰনেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্বাভাৱিকতে এই ভিডিঅ’ৰ কাৰণেই এতিয়া সকলোৰে সন্মুখত লজ্জানত হৈ পৰিছে ৰাষ্ট্ৰসংঘ।

এটা ব্যস্ত পথত ৰাষ্ট্ৰসংঘৰ গাড়ী এখনৰ ভিতৰতেই এহাল নাৰী-পুৰুষ উদ্দাম যৌনতাত মত্ত হৈ উঠে।

আনহাতে, যৌন অসৎ আচৰণ (sexual misconduct) আৰু যৌন শোষণৰ (exploitation)ৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কঠোৰ নীতি বন্ধা আছে।

এই ঘটনাৰ পাছতে নিজৰ মুখ বচোৱাৰ বাবে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰিছে সংস্থাটোৱে।

টুইটাৰ যোগে ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৰাষ্ট্ৰসংঘৰ অফিচিয়েল গাড়ী এখনৰ পিছপিনে বহি থকা দেখা গৈছে এগৰাকী বিষয়াক।

গাড়ীৰ খিৰিকিৰ গ্লাছ নমোৱা আছে। ৰঙা সাজ পিন্ধা মহিলা এগৰাকীয়ে বিষয়াগৰাকীৰ কোলাত বহি যৌন কাৰ্যত লিপ্ত হৈছে। ভিডিঅ’ ক্লিপিঙত সেয়া পৰিস্কাৰ হৈ পৰিছে।

দেখা গৈছে গাড়ীৰ আগৰ পিনে আন এগৰাকী ব্যক্তিও আছে। ভিডিঅ’টোত কাৰো মুখ স্পষ্টভাৱে ধৰিব পৰা হোৱা নাই।

গাড়ীখনৰ নম্বৰপ্লেটৰ পৰা গাড়ীখন ৰাষ্ট্ৰসংঘৰ ট্ৰুছ ছুপাৰভিশ্যন অৰ্গেনাইজেশ্যন (UNTSO)ৰ বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, এই ভিডিঅ’টো ইজৰাইলৰ তেল আভিভৰ এটা ব্যস্ত পথৰ। কোনোবাই পথটোৰ কাষৰ ঘৰৰ পৰা ভিডিঅ’টো লোৱা বুলি অনুমান কৰা হৈছে।

ইপিনে, ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰা পাছতেই ৰাষ্ট্ৰসংঘৰ বিষয়ববীয়া ঘটনাতো গাপ দিয়াৰ বাবে তৎপৰ হৈ পৰে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd