DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুতৰ খুঁটাত তাঁৰেই নালাগিল, বিল আহিলেই : শক্তি মন্ত্ৰীৰ সমষ্টিৰ এখন গাৱঁৰ আজৱ কাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 10:38 pm
Soubhagya Scheme
298
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ নতুন শক্তি মন্ত্ৰী তপন গগৈয়ে শক্তি খণ্ডলৈ বিশেষ পৰিৱৰ্তন আনিব নোৱাৰিলেও মন্ত্ৰীজনৰ গৃহ সমষ্টিৰ এখন গাৱঁত মন্ত্ৰীজনৰ বিভাগটোৱে আজৱ কাণ্ড কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জানিব পৰামতে, মন্ত্ৰীজনৰ গৃহ সমষ্টিৰ পেহীপুখুৰী নামৰ গাওঁখনত বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে বিল দিয়া হৈছে বহুতো লোকৰ নামত।

অভিযোগমতে প্ৰধান মন্ত্ৰীৰ সৌভাগ্য নামৰ আঁচনিৰ অধীনত গাওঁখনলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ৫ মাহ পূৰ্বে গাওঁখনত কেৱল খুঁটা পুতি আৰু ঘৰে ঘৰে মিটাৰ লগায়ে কাম সামৰিলে ৰাজ্যৰ বিদ্যুৎ বিভাগে।

কিন্তু তাৰ পিছতো গাওঁখনৰ মুঠ ৫৫টা পৰিয়াললৈ আহিল বিদ্যুৎ বিভাগৰ বিল। প্ৰায় ২শ টকাকৈ বিদ্যুৎ বিভাগৰ বিল পোৱা  বুলি জানিবলৈ দিলে কেইবাটাও পৰিয়ালৰ সদস্যসকলে।

আনহাতে শক্তি মন্ত্ৰীৰ নিজৰ সমষ্টিৰ গাওঁ হোৱা সত্ত্বেও এনেকুৱা প্ৰতাৰণাৰ সন্মুখীন হোৱা ক্ষুভিত গাওঁবাসীয়ে মিটাৰ বক্সবোৰ খুলি আনি ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে কিয় বিদ্যুৎ সংযোগ নিদিয়াকৈ বিল দিব বুলি চৰকাৰক প্ৰশ্ন কৰে। লগতে তেওঁলোকে অতি শীঘ্ৰে বিদ্যুৎ সংযোগ দিবলৈও দাবী জনায়।

উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গাৱঁতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিভিন্ন ঠাইৰ পৰা বিদ্যুৎ সংযোগ নথকা বহুতো গাঁৱৰ নাম সামাজিক মাধ্যমত ৰাজহুৱা কৰা হৈছিল।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd