• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ দায়ৰং গাঁওবাসীয়ে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ

NE NOW NEWS এন ই নাও নিউজ
কৃষ্ণাই , May 14, 2020 11:50 am

1 min read

কৃষ্ণাইৰ দায়ৰং গাঁওবাসীয়ে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ

ফটো : নৰ্থ-ইষ্ট নাও

893
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাই সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমতো সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোক সকল অসমলৈ আহিবৰ বাবে ইতিমধ্যে কেইবাখনো ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

সেই লোকসকলক কোৱাৰেণ্টাইন চেণ্টাৰত বা হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও ঘোষণা কৰিছে।

ইয়াৰ মাজতে আকৌ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দায়ৰং গাঁৱৰ বাসিন্দাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। গাঁওখনৰ ৰাইজে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ।

বহিঃৰাজ্যৰ পৰা গাঁওখনলৈ অহা যিকোনো লোককে এই চেন্টাৰটোতে কোৱাৰেণ্টাইন হৈ থকাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে। অকল কোৱাৰেণ্টাইন চেন্টাৰে নহয়, তাত থকা সকলো লোককেই খাদ্যৰ যোগান ধৰিব বুলিও জানিব পৰা গৈছে।

চেন্টাৰটোত ইতিমধ্যে ৯ জন লোক কোৱাৰেণ্টাইন হৈ আছে।

বহিঃৰাজ্যৰ পৰা অহা কোনো লোকৰ দেহত যদি ক’ৰ’নাৰ মাৰাত্মক ভাইৰাছবিধ আহেও সেই ভাইৰাছ যাতে গাঁৱৰ মানুহ বা অইন লোকৰ দেহলৈ সংক্ৰমণ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁওবাসীয়ে এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।

বহিঃৰাজ্যৰ পৰা আৰু আহিব লগা গাঁৱৰ শতাধিক লোকক ইয়াতে কোৱাৰেণ্টাইন কৰাৰ বাবে ৰাইজে প্ৰস্তুত হৈ আছে৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd