• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ লংডিঙত গাঁওবাসীৰ ওপৰত সেনাৰ গুলীচালনা; এজন নিহত, আহত কেইবাজন

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
May 16, 2020 7:45 pm
15.9k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আজি ভাৰতীয় সেনাৰ শিখ ৰেজিমেণ্ট আৰু স্থানীয় ৰাইজৰ মাজত এক হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয়। উক্ত ঘটনাত সেনাৰ গুলীত এজন লোকৰ প্ৰাণ হেৰুৱায়।

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পুমাও গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

সেনাৰ গুলীচালনাত লামদান লুককাম নামৰ ৬০ বছৰীয়া এজন বৃদ্ধ থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো গাঁওবাসী আহত হয়। ইপিনে সেনাৰো ৬জন জোৱান আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে পুমাও অঞ্চলৰ জিমফু ৱাংনাও নামৰ এজন লোকক সেনাৰ দ্বাৰা প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু সেনাৰ মাজত আজি এখন ‘শান্তি সভা’ আয়োজন কৰা হৈছিল।

এই সভাতে সেনা আৰু স্থানীয় ৰাইজৰ মাজত কিবা কথাক লৈ বাক-বিতণ্ডা লাগে আৰু ইয়াৰ পাছতে কোনো সমাধান নোহোৱাকৈ সেনাৰ দলটোৱে সভা ত্যাগ কৰি সেই স্থানৰ পৰা যাবলৈ লয়।

সেনাৰ এনে আচৰণত ক্ষুব্ধ হৈ একাংশ গাওঁবাসীয়ে সেনালৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিবলৈ উদ্যত হয় যাৰ প্ৰত্যুত্তৰত সেনাৰ দলটোয়ে গুলী চালনা কৰে।

আনহাতে সেনা বাহিনীয়ে অঞ্চলটোত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত এন এছ চি এন (আই এম)ৰ এজন কেডাৰক বিচাৰি অভিযান চলাওঁতে গাঁওবাসীয়ে বাধা দিয়াৰ কাৰণে উক্ত ঘটনাটো সংঘটিত হ’ল বুলি অভিহিত কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে।

 

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd