DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুষ্ট চক্ৰই ভাইৰেল কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীণ শ্বট : মন্ত্ৰী হিমন্তৰ ক্ষোভ প্ৰকাশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 11, 2020 4:32 pm
index.jpg9
1.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটৰ এটা স্ক্ৰীণ শ্বটকলৈ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনো দুষ্ট চক্ৰই উলিয়াইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ভুৱা স্ক্ৰীন শ্বট এটা ভাইৰেল কৰিছে সামাজিক মাধ্যমত।

টুইটৰ ভুৱা স্ক্ৰীণ শ্বটটো

ছ’চিয়েল মেডিয়াযোগে একাংশ দুষ্টলোকে ভাইৰেল কৰাৰ এই স্ক্ৰীণ শ্বটটো মন্ত্ৰী গৰাকীৰ এটা টুইটক বিকৃত কৰি ভুৱা প্ৰচাৰ চলোৱা হৈছে।

ৰাজস্থানৰ পৰা কাছাৰলৈ বাছেৰে অহা ৮ জন লোক একেলগে কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি চলাইছিল প্ৰচাৰ।

প্ৰকৃত টুইটটো

মন্ত্ৰীগৰাকীৰ পূৰ্বৰ এটা টুইটৰ সংখ্যাসমূহ সলাই স্ক্ৰীন শ্বট ভাইৰেল কৰিছে চ’ছিয়েল মেডিয়াত।

ইয়াক লৈ ক্ষোভিত হৈ পৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকী।

অসম আৰক্ষীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

“অসম আৰক্ষীক এখন এজাহাৰ লৈ তদন্ত আৰম্ভ কৰিবলৈ কোৱা হৈছে।” মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখি কয়।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd