DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাইৰেল ভিডিঅ’ : এন আই টি, শিলচৰৰ ছাত্ৰৰ হাতত প্ৰহৃত হোষ্টেলৰ তিনি ৰান্ধনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 9:40 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে ছাত্ৰই ৰান্ধনীক প্ৰহাৰ কৰাৰ ঘটনাৰ দৃশ্য।

প্ৰাৰম্ভিক খবৰ অনুসৰি যোৱা বুধবাৰে এন আই টি শিলচৰৰ ৯ নং হোষ্টেলৰ তিনিগৰাকী ৰান্ধনীক হোষ্টেলৰ আৱাসী সকলে বেয়াকৈ প্ৰহাৰ কৰে। 

এই ঘটনাত গুৰুতৰভাবে আহত হোৱা এজন লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আৰু বাকী দুজনক প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হয়।

সূত্ৰ অনুসৰি এন আই টি শিলচৰৰ ৪ নং হোষ্টেলৰ আৱাসী এজন ছাত্ৰৰ মোবাইল ফোন নিৰুদ্দেশ হোৱাৰ পিছত চুৰিৰ সন্দেহত হোষ্টেলটিত ৰান্ধনী হিচাপে নিয়োজিত বিকি ৰি, মোনা দাস, আৰু ৰাজকুমাৰ ধৌছাদক ছাত্ৰৰ এটা দলে গাড়ীৰে ৯ নং হোষ্টেললৈ লৈ গৈছিল। তাতে ছাত্ৰৰ দলটোৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৰান্ধনী তিনিগৰাকীক। 

ঘটনাস্থলীত দুজন নিৰাপত্তাৰক্ষীৰ উপস্থিতিত আছিল যদিও নিৰাপত্তাৰক্ষীৰ সমুখতে প্ৰহাৰ কৰা হৈছিল ৰান্ধনী তিনিগৰাকীক। প্ৰহাৰৰ সময়ত বাধা দিয়াৰ পৰিৱৰ্তে কেৱল চাই আছিল নিৰাপত্তাৰক্ষী দুগৰাকীয়ে।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সচেতন ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি বিষয়টোৰ সৈতে জড়িত প্ৰতিজন ছাত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়কঃ লাইচেন্সৰ দৰকাৰ নাই! কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কম মূল্যত ৫ খন ই-স্কুটাৰ, পাব দীঘলীয়া মাইলেজ 

লগতে পঢ়কঃ চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়কঃ দিহা-ভৰসা – আপোনাৰ সমস্যা, সমাধান আমাৰ – প্ৰেৰণ কৰক আপোনাৰ সমস্যাটো

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd