DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধোনীৰ নামত থকা আৰু এটা ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2020 7:48 pm
Kohli-Dhoni
2k
VIEWS
Share on FacebookShare on Twitter

নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত এক অনবদ্য অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।

ভাৰতৰ অধিনায়ক হিচাপে টি-২০ত ধোনীৰ নামত থকা সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ৰেকৰ্ডটো আজি কোহলীয়ে ভংগ কৰে।

আজিৰ মেচখনত কোহলীয়ে ব্যক্তিগত ২৫ ৰান সংগ্ৰহ কৰাৰ লগে লগেই ধোনীৰ ৰেকৰ্ডটো ভংগ হয়। মেচখনত কোহলীয়ে ২৭টা বলত ৩৮ ৰান কৰে।

এই ৰেকৰ্ডটো ভংগ কৰাৰ উপৰি কোহলীয়ে আজি টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ তৃতীয় স্থানত উপনীত হয়।

অধিনায়ক হিচাপে টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ প্ৰথম স্থানত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফাফ ডু প্লেছিছ, দ্বিতীয় স্থানত নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছন আৰু চতুৰ্থ স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী অধিনায়কসকল

১. ফাফ দু প্লেছিছ- ১২৭৩

২. কেন উলিয়ামছন- ১১৪৮

৩. বিৰাট কোহলী- ১১২৬

৪. মহেন্দ্ৰ সিং ধোনী- ১১১২

টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনসকল

১. বিৰাট কোহলী- ২৭৮৩

২. ৰোহিত শৰ্মা- ২৭১৩

৩. মাৰ্টিন গুপটিল- ২৪৯৯

৪. চোৱেব মালিক- ২৩২১

৪. ব্ৰেণ্ডন মেককালাম- ২১৪০

উল্লেখ্য যে ভাৰতে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচ জয়ী হৈ আন এক অভিলেখ গঢ়ে। ভাৰতে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ভূমিত টি-২০ শৃংখলা দখল কৰে।

পাঁচখনীয় টি-২০ মেচৰ শংখলাটোত এই পৰ্যন্ত ভাৰত ৩-০ত আগবাঢ়ি আছে।

নিউজিলেণ্ডৰ মাটিত ইয়াৰ পূৰ্বে খেলা দুটা টি-২০ শৃংখলাত ভাৰতীয় দলটো পৰাস্ত হৈছিল।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd