DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰয়োজন মাত্ৰ ৯৪ ৰানৰ: এক যুটীয়া মাইলষ্ট’নৰ দিশে বিৰাট কোহলী-ৰোহিত শৰ্মাৰ যুটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2022 3:01 pm
Virat Kohli-Rohit Sharma Pair
151
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ বেটিং লাইন আপৰ দুই প্ৰধান স্তম্ভ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ যুটি আগবাঢ়িছে এক ঈৰ্ষণীয় মাইলষ্ট’নৰ দিশে।

দেওবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’লগীয়া এদিনীয়া শৃংখলাত এই ৰেক’ৰ্ড ক্লাৱত অন্তৰ্ভূক্ত হোৱাৰ সুযোগ লাভ কৰিব বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ যুটিয়ে।

এই মাইলষ্ট’নত উপনীত হ’বলৈ কোহলী-ৰোহিত যুটিক প্ৰয়োজন মাত্ৰ ৯৪ ৰাণৰ। দুয়োজন তাৰকা ক্ৰিকেটাৰে এদিনীয়া ক্ৰিকেটত যুটি বান্ধি এতিয়ালৈকে ৪৯০৬ ৰান সংগ্ৰহ কৰিছে।

দুয়ো এদিনীয়াত সৰ্বাধিক ৰাণৰ সৈতে যুটিৰ তালিকাত অষ্টম স্থানত আছে আৰু এদিনীয়া ফৰ্মেটত ৫০০০ ৰান সম্পূৰ্ণ কৰা অষ্টমটো বেটিং যুটি হ’বলৈ মাত্ৰ ৯৪ ৰাণৰ প্ৰয়োজন।

এই তালিকাৰ শীৰ্ষত আছে ভাৰতীয় দলৰ দুই প্ৰাক্তন তাৰকা খেলুৱৈ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলী। দুয়োৰে যুটিয়ে ১৭৬ টা ইনিংছত ৪৭.৫৫ ৰাণৰ গড়ত ৮২২৭ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে এই তালিকাত থকা আন এটা ভাৰতীয় যুটি হৈছে ৰোহিত আৰু শিখৰ ধাৱানৰ যুটি। দুয়ো যুটি বান্ধি এদিনীয়াত এতিয়ালৈকে ১১২ টা ইনিংছত ৪৫.২৫ গড়ে একেলগে ৫০২৩ ৰাণ সংগ্ৰহ কৰিছে।

বিৰাট আৰু ৰোহিতৰ যুটিয়ে অৱশ্যে এই মাইলষ্ট’নত উপনীত হোৱা দ্ৰুততম যুটি হিচাপে অভিলেখ ৰচাৰ সুযোগ পাব। দুয়ো এতিয়ালৈকে মাত্ৰ ৮১ টা ইনিংছত ৬৪.৫৫ গড়ে ৪৯০৬ ৰাণ সংগ্ৰহ কৰিছে।

সীমিত অভাৰৰ ক্ৰিকেটত শেহতীয়াকৈ ভাৰতৰ পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰোহিত শৰ্মা এই সফলতা দুবাৰকৈ অৰ্জন কৰা দ্বিতীয়জন বেটাৰ হ’ব।

ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাই দুজন পৃথক বেটাৰৰ সৈতে যুটি বান্ধি এই সফলতা লাভ কৰিছিল। ছাংগাকাৰাই মাহেলা জয়বৰ্ধনেৰ সৈতে ৫৯৯২ ৰাণ আৰু তিলকৰত্নে দিলশানৰ সৈতে ৫৪৭৫ ৰাণ সংগ্ৰহ কৰিছিল।

Recent News

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd