• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ আই পি এলৰ মুখ্য স্পোনছৰলৈ উভতিল VIVO

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2021 5:05 pm

1 min read

পুনৰ আই পি এলৰ মুখ্য স্পোনছৰলৈ উভতিল VIVO
158
VIEWS
Share on FacebookShare on Twitter

পুনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰলৈ উভতিল চীনৰ মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভিভোই।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ গভৰ্নিং কাউন্সিলৰ সচিৱ ব্ৰিজেশ পেটেলে বৃহস্পতিবাৰে ভিভোই ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰ হিচাপে থাকিব বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ভিভোক আই পি এলৰ মুখ্য স্পোনছৰৰ পৰা নিলম্বিত কৰিছিল।

মূলত চীন আৰু ভাৰতৰ মাজত সেই সময়ত সীমান্তত বৃদ্ধি পোৱা উত্তেজনাময় পৰিস্থিতিৰ পাছতে ভিভোক আই পি এলৰ স্পোনছৰশ্বিপৰ পৰা আঁতৰোৱা হৈছিল।

ভিভোৰ স্থানত ড্ৰীম-১১য়ে ২০২০ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুখ্য স্পোনছৰৰ দায়িত্ব লাভ কৰিছিল।

ক’ৰ’না মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ আই পি এল পলমকৈ ভাৰতৰ বাহিৰত য়ু এ ইত অনুষ্ঠিত হৈছিল।

ইপিনে, আজি চেন্নাইত আই পি এলৰ নিলাম অনুষ্ঠিত হৈ আছে। দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছে এইবাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ১৬.২৫ কোটি টকাত ৰাজস্থান ৰোয়েলছত চুক্তিবদ্ধ হৈছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd