• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেচৰকাৰী সংস্থাৰ দ্বাৰা বশিষ্ঠ মন্দিৰক প্লাষ্টিকমুক্ত কৰাৰ অভিযান

বশিষ্ঠক প্লাষ্টিকমুক্ত কৰি ৰাখিবলৈ মন্দিৰ কৰ্তৃপক্ষৰে বুজাবুজিৰ চুক্তি সম্পাদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2018 3:24 pm
123-45
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভইচ অব এনভাইৰনমেণ্ট’ নামৰ গুৱাহাটীৰ বেচৰকাৰী সংস্থাটোৱে ঐতিহাসিক বশিষ্ঠ মন্দিৰত এটা স্বচ্ছতা অভিযান আৰম্ভ কৰিছে। প্লাষ্টিকমুক্ত কৰি চাৰিওফালৰ বাতাৱৰণক বসবাসৰ বাবে উপোযগী কৰি তোলাৰ বাবে দেওবাৰে সংস্থাটোৱে  এই ছাফাই অভিযান চলায়।

‘ভইচ অব এনভাইৰনমেণ্টে’ ধৰ্মীয় পৰ্যটনক উদগনি দিয়াৰ উদ্দেশ্যে এই অভিযানটো আৰম্ভ কৰিছে।

Apply Now

প্লাষ্টিকপমুক্ত পৰিৱেশৰ প্ৰয়োজনীয়তা সম্পৰ্কত সমাজকৰ্মী হেমজিৎ দেওধাই ফুকনে কৈছে ‘‘ধৰ্মীয় স্থানৰ সৈতে ধৰ্মীয় পৰ্যটনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি হৈ অহাৰ পৰিপ্ৰেক্ষিতত ধৰ্মীয় স্থানসমূহক প্লাষ্টিকমুক্ত কৰি সকলো ধৰ্মীয় স্থানক আটোম-টোকাৰি পৰ্যটন স্থান হিচাপে গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে।’’

বেচৰকাৰী সংস্থাটোৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ এই অভিযানত সক্ৰিয় ভূমিকা লোৱাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।

মন্দিৰৰ চৌপাশ প্লাষ্টিকমুক্ত কৰি ৰাখিবলৈ বেচৰকাৰী সংস্থাটোৱে বশিষ্ঠ মন্দিৰ কৰ্তৃপক্ষৰ সৈতে চলিত বৰ্ষৰ ২৭ মে’ত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

NGO-clean

এই অভিযানটোৰ মূলমন্ত্ৰ হৈছে ‘নিকা, পৰিৱেশ-বন্ধু আৰু প্লাষ্টিকমুক্ত বশিষ্ঠ মন্দিৰ।’

বেচৰকাৰী সংস্থাটোৱে মন্দিৰৰ চৌহদত বসবাস কৰি অহা স্থানীয় লোকসকলৰ মাজত সচেতনতা সৃষ্টি কৰাৰ বাবে এখন মকলি আলোচনাচক্ৰৰ আয়োজন কৰিছে।

এই অবিযানত বশিষ্ঠ এলেকাৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংগ্ৰহণ কৰে।

‘ৰেইজ আৱাৰ ভইচ ফ’ৰ বেটাৰ মাডাৰ আৰ্থ’ মূলমন্ত্ৰেৰে ‘ভইচ অব এনভাইৰনমেণ্ট’ নাৰ সবেচৰকাৰী সংস্থাটোৱে সকলো নাগৰিক সন্থা (স্থানীয় সম্প্ৰদায়, বেচৰকাৰী সংস্থা, শিক্ষানুষ্ঠান, ব্যক্তিগত উদ্যোগ) আৰু চৰকাৰী বিভাগসমূহৰ সৈতে একেলগে বহনক্ষম বিকাশৰ বাবে কাম কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd