• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চচলত ভূমি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ললে সহস্ৰাধিক লোকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2025 7:38 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চচলত দেওবাৰে ভূমি উচ্ছেদ আৰু নিগমলৈ অবৈধ ভূমি হস্তান্তৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ সমাৱেশ অনুষ্ঠিত হয়। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত ‘অধিকাৰ সমৱেশ’ত সমগ্ৰ অসমৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি ন্যায়ৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় আৰু ঐক্য আৰু প্ৰতিবাদৰ প্ৰতীক ৰূপে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

আয়োজক সমিতিৰ সুব্ৰত তালুকদাৰে ৰাজ্য চৰকাৰক খিলঞ্জীয়া লোকৰ অধিকাৰক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি কয়, “খিলঞ্জীয়া লোকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে হাজাৰ বিঘা ভূমি জনজাতীয় ভূমি কৰ্পৰেট দৈত্যক গতাই দিছে। আমি এই অবৈধ উচ্ছেদসমূহ শীঘ্ৰে বন্ধ কৰাৰ লগতে মূল বাসিন্দাসকলক ভূমি পট্টা প্ৰদানৰ দাবী জনাইছো।”

আন এগৰাকী প্ৰতিবাদকাৰীয়ে মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি কয়, “মাইক্ৰ’ফাইনেন্স আঁচনিৰ জৰিয়তে আমাৰ মহিলাসকলক ঋণৰ ফান্দত ঠেলি দিয়া হৈছে, আৰু এতিয়া আমাৰ মাটি কাঢ়ি লোৱা হৈছে। আমি একত্ৰিত হ’ব লাগিব – হিমন্ত বিশ্ব শৰ্মা, সাৱধান হওক।”

বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস, এজেপিৰ সভাপতি লুৰিনজ্যোতি গগৈ, প্ৰাক্তন সাংসদ আব্দুল খালেকেকে ধৰি কেইবাগৰাকীও এই প্ৰতিবাদত অংশগ্ৰহণ কৰি ভূমি অধিকাৰ আন্দোলনলৈ সমৰ্থন প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলে চৰকাৰক এখন স্মাৰকপত্ৰ দাখিল কৰি সকলো উচ্ছেদ শীঘ্ৰে বন্ধ কৰা, পৰম্পৰাগত ভূমি মালিকীস্বত্ব স্বীকৃতি দিয়া আৰু খিলঞ্জীয়া অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায়।

ৰাজ্য চৰকাৰৰ ভূমি বিতৰণ নীতি আৰু কৰ্পৰেট সম্প্ৰসাৰণৰ বিৰুদ্ধে এইদৰে ৰাজ্যৰ সহস্ৰাধিক লোকৰ ক্ষোভ প্ৰকাশ কৰে। আৰু তেওঁলোকৰ দাবীক আওকাণ কৰিলে আন্দোলনৰ অধিক তীব্ৰতৰ কৰি তুলা হ’ব বুলিও সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd