• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ফুটবলাৰৰ ৰূপত উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া, কিয় নামিল খেলপথাৰত?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 5, 2022 3:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ২০২২ ৰ লগত সংগতি ৰাখি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশনামৰ্মে “সজাগ ভোটাৰ প্ৰতিযোগিতা”ৰ অধীনত বঙাইগাঁও জিলা প্ৰশাসন তথা নিৰ্বাচনী বিভাগৰ উদ্যোগতো মঙলবাৰৰ পৰা দুটা পৰ্যায়ত ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে।

প্ৰথম পৰ্যায়ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আৰু দ্বিতীয় পৰ্যায়ত মহাবিদ্যালয়ৰ ছাত্ৰৰ মাজত এই ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই ফুটবল প্ৰতিযোগিতা জিলাখনৰ বৰ্ষণগাঁওস্থিত চিলাৰায় ষ্টেডিয়ামত শুভাৰম্ভ কৰে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই।

Apply Now

উদ্বোধনী ভাষণত উপায়ুক্তগৰাকীয়ে বিগত বৰ্ষৰ ২৬ জানুৱাৰীৰ কথা সুৱঁৰি কয় যে এই ষ্টেডিয়ামতে ড্ৰাগছ সেৱনকাৰী বহু উঠি অহা যুৱকক মূলসূঁতিলৈ ওভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যিসকল যুৱকৰ মাজৰ পৰা পৰৱৰ্তী পৰ্যায়ত দক্ষ ফুটবল খেলুৱৈয়ো ওলাইছে। এই ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈসকলক উপায়ুক্তগৰাকীয়ে কৰমৰ্দন কৰি শুভেচ্ছা জনাই প্ৰথমে বল ঠেলি প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে।

মহাবিদ্যালয় পৰ্যায়ত প্ৰথম খেল অনুষ্ঠিত হয় মহাত্মা গান্ধী কলেজ আৰু ইন্দিৰা গান্ধী কলেজৰ ছাত্ৰৰ মাজত।
উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, বঙাইগাঁৱৰ সদৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া(ভাৰপ্ৰাপ্ত) মোগেন নৰহ, উত্তৰ শালমাৰা মহকুমাৰ নিৰ্বাচনী বিষয়া তন্ময় ঘোষ, জিলা ক্ৰীড়া বিষয়া খগেন চন্দ্ৰ নাথ, শাৰীৰিক নিৰ্দেশকসকল আৰু ক্ৰীড়াপ্ৰেমী লোকসকল উপস্থিত থাকে।

বৰ্ষণগাঁও ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ফুটবল খেল প্ৰতিযোগিতাত মুঠ ১২ টা দলে অংশগ্ৰহণ কৰে।

আনহাতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ মাজত ফুটবল খেল প্ৰতিযোগিতা জিলাখনৰ জেলকাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় আৰু সদৰ মহকুমাধিপতি তথা বঙাইগাঁৱৰ নিৰ্বাচনী বিষয়া মোগেন নৰহে শুভাৰম্ভ কৰে।

জেলকাঝাৰত মুঠ ৭টা দলৰ মাজত খেল অনুষ্ঠিত কৰা হয় ৷ খেলসমূহ আছিল জিলা ভিত্তিক। ইয়াৰ পিছত মাণ্ডলিক পৰ্যায়ত ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, নলবাৰী, বজালী, বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাৰ বাবে বঙাইগাঁৱতে অনুষ্ঠিত কৰা হ’ব।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd