• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ নতুন ভোটাৰ তালিকাত বিপৰীতমুখী ছবি: সংখ্যালঘু প্ৰধান জিলাত বৃদ্ধি আৰু জনজাতীয় অঞ্চলত ব্যাপক হাৰত হ্ৰাস পাইছে ভোটাৰৰ সংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 11:00 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শেহতীয়া বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পাছত প্ৰকাশ পোৱা চূড়ান্ত নিৰ্বাচনী তালিকাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ ভোটাৰৰ সংখ্যাত এক গুৰুত্বপূৰ্ণ তথা বিপৰীতমুখী ছবি ধৰা পৰিছে। মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি, ৰাজ্যৰ মুঠ ৩৫খন জিলাৰ ভিতৰত ২৪খন জিলাতে ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে। আনহাতে, ১১খন জিলাত ভোটাৰৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা দেখা গৈছে। এই সালসলনিৰ মাত্ৰা কিছুমান জিলাত সামান্য হ’লেও আন কিছুমানত ৩০ হাজাৰ পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ নামনি অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলাসমূহত ভোটাৰ বৃদ্ধি আৰু জনজাতীয় তথা উজনি অসমৰ জিলাসমূহত ভোটাৰ হ্ৰাস পোৱাৰ ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

নামনি অসমৰ ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা আৰু বৰপেটা আদি জিলাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত বৰপেটাত সৰ্বাধিক ২৫ হাজাৰৰো অধিক ভোটাৰ বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে। মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাতো ভোটাৰৰ সংখ্যা বাঢ়িছে যদিও একে অঞ্চলৰে দৰং আৰু হোজাইত ভোটাৰৰ সংখ্যা কমিছে। বৰাক উপত্যকাৰ ক্ষেত্ৰত কাছাৰ আৰু শ্ৰীভূমিত ভোটাৰ কমিছে যদিও হাইলাকান্দি জিলাত বৃদ্ধি পোৱা দেখা গৈছে। এই পৰিসংখ্যাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসংখ্যাৰ জনগাঁথনিগত পৰিৱৰ্তনক লৈ নতুন চিন্তাৰ সৃষ্টি কৰিছে।

Apply Now

আনহাতে, পাহাৰীয়া জিলা আৰু জনজাতীয় অঞ্চলসমূহত ভোটাৰৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নিৰ্বাচনী শক্তি আগতকৈ হ্ৰাস পাইছে। একেদৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন বা বিটিআৰৰ পাঁচখন জিলাতো খচৰা তালিকাৰ তুলনাত ভোটাৰ কমিছে। গুৱাহাটী মহানগৰীসহ কামৰূপ জিলাতো ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে। উজনি অসম আৰু উত্তৰ পাৰৰ ১১খন জিলাৰ ভিতৰত ১০খনতে ভোটাৰ কমিছে আৰু কেৱল মাজুলীতহে সামান্য পৰিমাণে ভোটাৰ বৃদ্ধি হৈছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্যমতে, এই সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে খচৰা তালিকাৰ পৰা ২.৪৩ লাখৰো অধিক নাম কৰ্তন কৰা হৈছে। বৰ্তমান ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা ২.৪৯ কোটি হৈছে, যিটো খচৰা তালিকাৰ তুলনাত ০.৯৭ শতাংশ কম। এই সমগ্ৰ প্ৰক্ৰিয়াক লৈ ইতিমধ্যে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। বিৰোধী দলসমূহে অভিযোগ কৰিছে যে এয়া এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা এক পদক্ষেপ। ইপিনে মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে বিজেপি কৰ্মীসকলে সন্দেহযুক্ত অবৈধ লোকৰ বিৰুদ্ধে ৫ লাখৰো অধিক আপত্তি দাখিল কৰিছিল আৰু সেই মৰ্মেই এই পৰীক্ষণ কৰা হৈছে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ এই পৰিৱৰ্তনে ৰাজ্যৰ ৰাজনীতিত নিশ্চিতভাৱে প্ৰভাৱ পেলাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd