• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন: ক’ত কিমান হ’ল ভোটদান? বিয়লি ৮-৩০ বজালৈ ভোটদানৰ সামগ্ৰিক হাৰ ৮২.৩৩ শতাংশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2021 8:33 pm

1 min read

a vote
303
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিয়লি ৮-৩০ বজালৈকে ভোটদানৰ হাৰ হৈছে ৮২.৩৩ শতাংশ।

বজালীত ৭৩.৩৭ শতাংশ,বাগছাত ৭১.৬০,বৰপেটাত ৮০.৭৮ শতাংশ,বিজনীত ৮৩.২৯ শতাংশ,বিলাসীপাৰাত ৮৩.১১,বঙাইগাওঁত ৮১.৫৫,চিৰাঙত ৭৮.৩৫,ধুবুৰীত ৮৫.৬১, গোৱালপাৰাত ৮০.৪৪, গোঁসাইগাঁৱত ৭৯.২৫,কামৰূপত ৭৮.৪০, কামৰূপ মেট্ৰত ৭৩.৬৮, নলবাৰীত ৮০.৩৩, উত্তৰ শালমাৰাত ৭২.৯৬,দক্ষিণ শালমাৰা ৮৮.৫৯ শতাংশ ভোটদান হৈছে।

ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

পুৱা ১১বজালৈকে ভোটদানৰ হাৰ আছিল ৩৩.১৮শতাংশ।

ভোটদানৰ হাৰ সন্ধিয়ালৈকে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে কিয়নো ভোটকেন্দ্ৰসমূহত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান দিবলৈ ৰৈ থকা দেখা গৈছে।

আজি ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত অৰ্থাৎ পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ১২.৮৩ শতাংশ।

উল্লেখ্য যে ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ ভোটগ্ৰহণৰ সামৰণি পৰিব সন্ধিয়া ৬ বজাত।

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd