• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

লক্ষ্মণ ইতিমধ্যে জ্যেষ্ঠ দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু প্ৰয়োজন সাপেক্ষে অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰি আহিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 14, 2026 2:44 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন বেটছমেন তথা বৰ্তমান বিচিচিআইৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ৰ মুৰব্বী ভিভিএছ লক্ষ্মণে হয়তো ভাৰতীয় ক্ৰিকেটত আৰু গধূৰ দায়িত্ব লাভ কৰিব পাৰে। বিচিচিআইয়ে যিসময়ত ছেপ্টেম্বৰ মাহত গুৰুত্বপূৰ্ণ পদসমূহত সম্ভাৱ্য সালসলনিৰ বাবে প্ৰস্তুতি চলাইছে, তেনে সময়তে বিষয়টো পোহৰলৈ আহিছে।

ছেপ্টেম্বৰ মাহত অজিত আগৰকাৰৰ জ্যেষ্ঠ বাছনি সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যকাল শেষ হোৱাৰ লগতে ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক গাঁথনিও পৰ্যালোচনাধীন হৈ আছে। এনে পৰিস্থিতিত ব’ৰ্ডে কিছু ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে।

Apply Now

বাতৰি অনুসৰি, লক্ষ্মণক হয়তো ‘ডিৰেক্টৰ অফ ক্ৰিকেট’ বা ক্ৰিকেট সঞ্চালকৰ দায়িত্ব দিয়া হ’ব পাৰে। ইফালে, ২০২৭ চনৰ জুন মাহলৈকে আগৰকাৰৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে বুলিও খবৰ আহিছে।

এই প্ৰস্তাৱিত পদক্ষেপে বেংগালুৰুৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত লক্ষ্মণৰ বৰ্তমানৰ দায়িত্ব যথেষ্ট সম্প্ৰসাৰণ কৰিব, য’ত তেওঁ খেলুৱৈৰ দক্ষতা বিকাশ আৰু ‘হাই পাৰ্ফমেন্স’ কাৰ্যসূচীৰ তদাৰক কৰে। অৱশ্যে এই নিযুক্তি বা প্ৰস্তাৱিত পদটোৰ নিৰ্দিষ্ট গাঁথনি সন্দৰ্ভত বিচিচিআইৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

লক্ষ্মণ ইতিমধ্যে জ্যেষ্ঠ দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু প্ৰয়োজন সাপেক্ষে অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰি আহিছে। অতি শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণৰ পিছত গৌতম গম্ভীৰ আৰু তেওঁৰ নিয়মীয়া সহায়ক কৰ্মচাৰীসকলক জিৰণি দিয়াৰ পিছত জিম্বাবুৱেত ৩-০ ব্যৱধানত টি-২০ শৃংখলা জয় কৰাত লক্ষ্মণে সহায় কৰিছিল।

বিশেষ দায়িত্বসমূহ বিচিচিআইৰ চূড়ান্ত গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰিব যদিও ‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হিচাপে লক্ষ্মণ ভাৰতৰ সামগ্ৰিক ক্ৰিকেট কাৰ্য্যকলাপৰ কেন্দ্ৰবিন্দু হ’ব পাৰে। এই ভূমিকাত জ্যেষ্ঠ দল, নিৰ্বাচক, প্ৰশিক্ষক, চেণ্টাৰ অৱ এক্সেলেন্স আৰু ভাৰতৰ খেলুৱৈ বিকাশৰ বিভিন্ন স্তৰৰ সৈতে সমন্বয় সাধনৰ কাম কৰা হ’ব পাৰে।

ইয়াৰ উপৰিও প্ৰতিভা সন্ধান, খেলুৱৈৰ দক্ষতা বিকাশ আৰু হাই পাৰ্ফমেন্স পৰিকল্পনাৰ দৰে বিষয়সমূহত অধিক ধাৰাবাহিকতা বজাই ৰখা সম্ভৱ হ’ব পাৰে। এয়া হ’ব লক্ষ্মণৰ চেণ্টাৰ অৱ এক্সেলেন্সত কৰা কামৰ স্বাভাৱিক সম্প্ৰসাৰণ, য’ত তেওঁ জ্যেষ্ঠ খেলুৱৈ আৰু খেলুৱৈ প্ৰস্তুতিৰ প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত খৈলুৱৈসকলৰ সৈতে কাম কৰিছে।

এই সম্ভাৱ্য পদক্ষেপৰ সময়ো উল্লেখযোগ্য। ছেপ্টেম্বৰ মাহত আগৰকাৰৰ মুখ্য নিৰ্বাচক হিচাপে কাৰ্যকাল শেষ হ’ব, যাৰ ফলত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে বাছনি প্ৰক্ৰিয়াটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। ভাৰতৰ শেহতীয়া ফলাফল আৰু সামগ্ৰিক প্ৰশিক্ষকৰ গাঁথনিও পৰ্যালোচনা কৰা হৈছে। জিম্বাবুৱে ভ্ৰমণৰ সময়ত অন্তৱৰ্তীকালীন প্ৰশিক্ষক হিচাপে লক্ষ্মণৰ সফলতাই তেওঁৰ ভৱিষ্যতৰ ভূমিকা সম্পৰ্কে জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে যদিও পূৰ্বে তেওঁ ইংগিত দিছিল যে তেওঁৰ মূল মনোযোগ চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ৰ ওপৰত।

২০২৪ চনত ৰাহুল দ্ৰাবিড়ৰ ঠাইত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে বিচিচিআইৰ পুনৰ সংগঠিত চেণ্টাৰ অৱ এক্সেলেন্সৰ বাঘজৰী লক্ষ্মণে গ্ৰহণ কৰে। তেতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটৰ খেলুৱৈ নিৰ্মাণৰ গাঁথনিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শেহতীয়াকৈ খেলুৱৈৰ বাৰে বাৰে আঘাতৰ বাবে উত্থাপিত প্ৰশ্নৰ সন্মুখত চেণ্টাৰ অৱ এক্সেলেন্সৰ বৃহত্তৰ উদ্দেশ্যৰ বাবে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd