• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনাৰ বিৰুদ্ধে মাত মতা অভিনেত্ৰীকে ধৰি ৬০ জনক ‘ৱাণ্টেড’ ঘোষণা কৰি কাকতত বিজ্ঞাপন প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2021 3:47 pm

2 min read

a mannnnnn
345
VIEWS
Share on FacebookShare on Twitter

এজন বা দুজন নহয়, ৬০ গৰাকী লোকৰ বিৰুদ্ধে ম্যানমাৰৰ সামৰিক শাসকে ‘ৱাণ্টেড’ ঘোষণা কৰি আজি বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে।

ম্যানমাৰৰ চৰকাৰী সংবাদপত্ৰ Global New Light ত আজি সামৰিক শাসকে ৬০ গৰাকী ব্যক্তিৰ নাম তেওঁলোকৰ ছবি সহ প্ৰকাশ কৰিছে।

উক্ত লোকসকলে ম্যানমাৰৰ সাধাৰণ জনতাক সেনাৰ বিৰুদ্ধে উচটনি দিয়াৰ অভিযোগ অনা হৈছে।

সেয়ে ম্যানমাৰৰ আইনৰ ৫০৫ ক ধাৰাত তেওঁলোকক দোষী সাৱস্ত্য কৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

ধৰা পৰিলে বিজ্ঞাপনত নাম প্ৰকাশ পোৱা লোকসকলে কমেও তিনি বছৰৰ কাৰাবাস খাটিব লাগিব।

সেনাই প্ৰকাশ কৰা বিজ্ঞাপনত নাম থকা ম্যানমাৰৰ অভিনেত্ৰী য়াট নো য়ায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে সেনাৰ এনে কাৰ্যত তেওঁ মুঠেও ভয় খোৱা নাই।

No matter how they haunt us, we will keep fighting for JUSTICE & DEMOCRACY!
Dictatorship Must Fail #WhatsHappeninglnMyanmar #Apr5Coup pic.twitter.com/gj7TuZ4UvV

— Myat Noe Aye (@myatnoeaye_) April 5, 2021

দেশৰ বাবে তেওঁ মাত মাতি যাব বুলিও অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। উল্লেখ্য এতিয়ালৈকে সেনাই ম্যানমাৰত ৫৭০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।

উল্লেখযোগ্য যে ম্যানমাৰৰ সুৰক্ষা বাহিনীয়ে যোৱা সপ্তাহত দেশখনৰ ১৮জনকৈ চেলিব্ৰেটীক আটক কৰাৰ জাননী প্ৰেৰণ কৰিছে।

আটাইকেইজন চেলিব্ৰেটিয়ে সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰিছিল।

ম্যানমাৰৰ সুন্দৰীৰ খিতাপ লাভ কৰা হান লায়য়েও জুণ্টাৰ বিৰুদ্ধে মাত মাতি আহিছে।

 

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd