• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছেছ ইণ্ডিয়া খিতাপ বিজয়িনী মমতা সন্দিকৈক গৃহভূমি গহপুৰত উষ্ম আদৰণি

মনিমালা বৰা by মনিমালা বৰা
November 1, 2018 2:22 pm
index
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষৰ মিছেছ ইণ্ডিয়া (ক্লাছিক) খিতাপ অৰ্জন কৰা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ গৰৈমাৰী গাঁৱৰ বোৱাৰী মমতা সন্দিকৈক ৩১ অক্টোবৰ মঙলবাৰে গৃহভূমি গহপুৰত উষ্ম আদৰণি জনোৱা হয়।  উত্তৰ লক্ষীমপুৰ জিলাৰ হাৰমতিৰ সন্দীপনি একাডেমীৰ ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মমতা সন্দিকৈ দ’লহাট চাহ বাগিচাৰ ফেক্টৰী পৰিচালক নয়ন জ্যোতি সন্দিকৈৰ অৰ্ধাংগিনী।

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত যোৱা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা ‘মিছেছ ইণ্ডিয়া (ক্লাছিক)-২০১৮’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১২০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় মমতা সন্দিকৈয়ে।

Apply Now

এগৰাকী সফল মাতৃ হোৱাৰ ওপৰিও এগৰাকী আদৰ্শ বোৱাৰী ৰূপে সন্দিকৈয়ে নিয়াৰিকৈ ঘৰুৱা-কাজ পৰিচালনা কৰাৰ ওপৰিও তেখেতে নিজৰ সফলতাৰ বাবে সাধনা আৰু প্ৰৱল আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিছে।

উল্লেখযোগ্য যে মমতা সন্দিকৈয়ে মিছেছ ইণ্ডিয়া (ক্লাছিক)ৰ দৰে গুৰুত্বপূৰ্ণ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দত উৎফুলিত হৈ পৰিছে সমগ্ৰ গহপুৰবাসী। ইতিমধ্যে মমতা সন্দিকৈয়ে  চলিত বৰ্ষৰ  জুলাই মাহত অনুষ্ঠিত নৰ্থ আসাম এনজেলিক প্ৰতিযোগিতাত ৰাৰ্নাছ-আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। য

স্মৰ্তব্য যে গৃহভূমিত উপস্থিত হৈয়েই মমতা সন্দিকৈয়ে বৰঙাবাৰীস্থিত শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিৰ চৰণত  সেৱা জনাই  উপস্থিত স্থানীয় ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। ইফালে মমতা সন্দিকৈয়ে ২০১৯ বৰ্ষৰ ১৯ জানুৱাৰিৰ পৰা ২৪ জানুৱাৰিলৈ  বুলগেৰিয়াত অনুষ্ঠিত হ’বলগীয়া মিছেছ ইউনিৰ্ভাছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। এই খবৰে নিশ্চিতভাৱে সমগ্ৰ অঞ্চলটোকে উৎফুল্লিত কৰি তুলিছে। মমতা সন্দিকৈৰ এই সফলতাত গহপুৰৰ  বিভিন্ন দল-সংগঠন,  অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সদাশয় ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে আৰু অধিক সফলতা কামনা কৰিছে।

মনিমালা বৰা

মনিমালা বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd