• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ; পাৰ্কুপাইন দিয়াৰ নামত ভেকো ভাওনা

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
July 12, 2021 11:43 am
Purcupine to protect erosion

ফটো: নৰ্থইষ্ট নাও।

230
VIEWS
Share on FacebookShare on Twitter

কিছু দিন আগতে কলিয়াবৰৰ শিলঘাটৰ ৰবৰ-বাৰীত হোৱা ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰা খহনীয়াৰ বাতৰি নৰ্থ ইষ্ট নাওত প্ৰচাৰ হোৱাৰ পাছতে জলসম্পদ বিভাগৰ পলমকৈ হ’লেও গা লৰা পৰিলক্ষিত হৈছে।

অৱশ্যে কলিয়াবৰৰ শিলঘাটৰ ৰবৰ-বাৰীত বৰ্তমানেও অব্যাহত আছে ব্যাপক গৰা খহনীয়া।

ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইন দিয়াৰ প্ৰচেষ্টাই জলসম্পদ বিভাগৰ ভেকো ভাওনা তথা ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে।

পাৰ্কুপাইন দিয়াৰ নামত যন্ত্ৰচালিত নাঁৱৰ পৰা যধে-মধে লুইতৰ বুকত পেলাইছে কোটি টকীয়া আঁচনিৰ পাৰ্কুপাইন। তাকে দেখি ক্ষুব্ধ  হৈ পৰিছ নৈ-পৰীয়া ৰাইজ।

আনহাতে, বিগত চাৰি বছৰ ধৰি গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাৰ পিছতো অঞ্চলটোত অব্যাহত খহনীয়া ৰোধৰ বাবে গাইড-বান্ধ দিবলৈ জলসম্পদ মন্ত্ৰীলৈ আহ্বান স্থানীয় লোকৰ।

ইয়াৰোপৰি, এই কোটি টকীয়া কামৰ তদাৰক কৰা বিষয়া-কৰ্মচাৰীয়ে সাংবাদিকৰ আগত নিজ মুখে স্বীকাৰ কৰিলে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাতকৈ স্থায়ীভাৱে গাইড-বান্ধ দিলেহে ব্ৰহ্মপুত্ৰৰ এই গৰা খহনীয়া ৰোধ হব।

তদুপৰি, গৰা খহনীয়া ৰোধৰ কাম যথেষ্ট পলম হোৱা বুলিও নিজ মুখে স্বীকাৰ কৰিলে এজন বিষয়াই।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd