• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৪ খন বিশুদ্ধ খোৱা পানী আঁচনিৰ শুভ উদ্বোধন : “স্বচ্ছতাই সেৱা ২০১৮”ৰ শুভাৰম্ভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 16, 2018 6:37 am
IMG-20180915-WA0014

শিৱসাগৰৰ ৰংঘৰ চাৰি আলি পানী যোগান আঁচনিখন শনিবাৰে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈয়ে। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো “মিচন ১০০” অধীনত ৪ খন বিশুদ্ধ খোৱা পানী আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে “স্বচ্ছতাই সেৱা ২০১৮” আঁচনিৰ শুভাৰম্ভ কৰা হয়। শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ৰংঘৰ চাৰি আলি পানী যোগান আঁচনিখন শনিবাৰে স্থানীয় বিধায়ক তথা বিধান সভাৰ প্ৰাক্তন  অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈয়ে শুভ উদ্বোধন কৰে।

৫০ লাখ টকা ব্যয় সপেক্ষে নিৰ্মাণ কৰা উক্ত আঁচনিখনে সমগ্ৰ ৰংঘৰ চাৰিআলি,  হাতীখোক আদি অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান ধৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিযন্তা কল্যান বৰাই আঁতধৰা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত আল আজহাৰ আলী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী আভিযন্তা সঞ্জীৱ বৰদলৈৰ লগতে বহুটো গণ্য-মান্য ব্যক্তি।

Apply Now

ইয়াৰ উপৰিও আমগুৰি সমষ্টিৰ অন্তৰ্গত ৩ খন পানী যোগান আঁচনি “মিচন ১০০” ৰ অধীনত উন্মোচন কৰা হয়। জনস্বস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ আহুগ্ৰান্ত পানীযোগান আঁচনি উন্মোচন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। টিফুক বাগিছা পানীযোগান আঁচনি উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত অশ্বিনী কুমাৰ দলে আৰু গনক গাওঁ পানীযোগান আঁচনি উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত বিজিত দাসে।

ইপিনে শনিবাৰে  শিৱসাগৰত “স্বচ্ছতাই সেৱা ২০১৮” আঁচনিৰ শুভাৰম্ভ কৰা হয়। বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা “স্বচ্ছতাই সেৱা ২০১৮” আঁচনিৰ শুভাৰম্ভ কাৰ্য্যসুচী অনুষ্ঠানটো সঞ্চালন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা দিপালী নেঁওগে। অনুষ্ঠানটোৰ তাপৰ্য্য ব্যাখা কৰে অতিৰিক্ত উপায়ুক্ত প্ৰিয়াংশু শৰ্মাই। ১৫ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে অনুষ্ঠিত হব লগা এই অঁচনিৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে স্বচ্ছ ভাৰত মিচনৰ নডেল বিষয়া ৰাজীৱ বৰপূজাৰী, ৱাচ টেকনিকেল কনচালটেণ্ট শ্বেতাংগনা ভূঞা আৰু অভিযন্তা বিভূতি চেতিয়াই।

“স্বচ্ছতাই সেৱা ২০১৮” কাৰ্য্যসূচীৰ অধীনত শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে চফাই অভিযান আৰু গছপুলি ৰোপণৰ দৰে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হ’ব।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd