• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঘজানৰ জুই সম্পূর্ণকৈ নির্বাপিত কৰিবলৈ আৰু আঠ সপ্তাহ সময় বিচাৰিলে অইলে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2020 4:11 pm
De
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিও জ্বলি আছে বাঘজানৰ তৈল খাদৰ জুই।

যোৱা ৯ জুনত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছৰে পৰা বাঘজানত জুই জ্বলিয়েই আছে।

Apply Now

বাঘজানৰ জুই নিৰ্বাপিত কৰিবলৈ আৰু কমেও আঠ সপ্তাহ লাগিব বুলি প্ৰকাশ কৰিলে অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই।

এখন সংবাদমেলত মিশ্ৰই কয় যে জুই নিৰ্বাপনৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থাই হাতত লোৱা হৈছে।অইলে আঠ সপ্তাহৰ ভিতৰত জুই সম্পূৰ্ণকৈ নিৰ্বাপন কৰিবলৈ সক্ষম হব বুলি তেওঁ কয়।

উল্লেখ্য জুই নিৰ্বাপনৰ বাবে ছিংগাপুৰৰ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰ’লৰ পৰা অনা ছজনীয়া বিশেষজ্ঞৰ দলটোও এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।

বাঘজানত অইলৰ ৫নং খাদত ২৭ মে’ত নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল, আৰু একেটা খাদতে ১৩ দিন পিছত প্ৰচণ্ড অগ্নিকাণ্ডৰ ঘটনা ঘটিছিল।

বৃহৎ জুয়ে সমগ্ৰ বাঘজান এলেকাকে সামৰি লৈছিল। অঞ্চলটোৰ মাগুৰি-মতাপুং বিলৰ চৰাই আৰু জলজ প্ৰাণীৰ ব্যাপক ক্ষতি হৈছিল।

প্ৰচণ্ড জুইৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশও প্ৰভাৱিত হৈছিল।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত পৰিৱেশবিদ নিৰন্তৰ গোহাঁয়ে কয় যে জুইকুৰাই দিনে দিনে ডিব্ৰু-ছৈখোৱাৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।

“ই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশত প্ৰভাৱ পেলাইছে। অইল ইণ্ডিয়া লিমিটেডে জুই নিয়ন্ত্ৰণৰ বাবে ৭ জুলাই সময়সীমা নিৰ্ধাৰণ কৰিছিল কিন্তু তেওঁলোকে এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।”

ইফালে বাঘজান আৰু গুইজান দুয়ো ঠাইতে বায়ুৰ গুণমান নিৰীক্ষণ কৰা হৈছে।

M/s ERMৰ দলে মাগুৰি বিল অঞ্চলৰ মাছমৰীয়াসকলৰ সৈতে আলোচনা চলাইছে।

খাদটো বন্ধ কৰাৰ এসপ্তাহ পিছলৈকে M/s ERMৰ অধ্যয়ন চলি থাকিব।

আনহাতে অইলৰ বিষয়াই জনোৱা মতে ধাৰাবাহিক বৰষুণ আৰু গধূৰ যান-বাহনৰ চলাচলৰ বাবে খাদটোলৈ অহা পথটোৰ অৱস্থা বেয়ালৈ ঢাল খাইছে।

তেওঁ লগতে জনোৱা মতে পথটোৰ বেয়া অংশ মেৰামতিৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে আৰু এলেকাটোৰ পৰা ধ্বংসাৱশেষসমূহ আঁতৰোৱাৰ কামো অব্যাহত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd