• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL-ৰ মাজতে কাব্য মৰাণৰ বিয়া? দৰা কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:50 am
156
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ চিইঅ’ কাব্য মৰাণৰ বিয়া? আই পি এল আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ বিবাহক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।

বাতৰি বিয়পিছে যে কাব্যই জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দ্ৰনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্ক আৰু সম্ভাৱ্য বিবাহৰ গোপন খৱৰ ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীৰ মাজত কৌতুহল বাঢ়িছে।

Apply Now

তামিল সংবাদ মাধ্যমৰ পৰা আৰম্ভ হোৱা এই জল্পনা-কল্পনা এতিয়া সমগ্ৰ দেশতে বিয়পি পৰিছে। বিশেষকৈ লাছ ভেগাছত দুয়োজনে একেলগে সময় কটোৱা কিছুমান ছবি পোহৰলৈ অহাৰ লগে লগে চৰ্চা অধিক তীব্ৰতৰ হৈ পৰিছে।

নেটিজেনসকলে দাবী কৰিছে যে দুয়োকে কেইবাবাৰো নৈশ আহাৰ গ্ৰহণ আৰু ব্যক্তিগত আড্ডাত দেখা গৈছে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কক লৈ নতুন আলোচনা আৰম্ভ হৈছে।

অনিৰুদ্ধৰ সৈতে কাব্য মৰাণৰ পাৰিবাৰিক সম্পৰ্কইও এই জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। কাব্য মৰাণৰ পৰিয়ালৰ মালিকানাধীন ছান নেটৱৰ্কৰ এটা কোম্পানী ছান পিকচাৰ্ছৰ সৈতে অনিৰুদ্ধই দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। ফলত তেওঁলোকৰ পেছাদাৰী সম্পৰ্কইও তেওঁলোকৰ ব্যক্তিগত সম্পৰ্কৰ চৰ্চাক তীব্ৰতৰ কৰি তুলিছে।

শেহতীয়াকৈ এটা অনুষ্ঠানত অনিৰুদ্ধক বিয়াৰ কথা সোধাত তেওঁ হাঁহি হাঁহি বিষয়টো এৰাই চলিছিল। আকৌ বিয়াৰ প্ৰশ্ন শুনি তেওঁৰ হাঁহিটোতে জল্পনা-কল্পনা বাঢ়ি গ’ল। অৱশ্যে এই সকলোবোৰ উৰাবাতৰিৰ মাজতো দুয়োজনেই নিজৰ নিজৰ কামত ব্যস্ত।

বৰ্তমান অনিৰুদ্ধ দেশৰ অন্যতম ব্যস্ত আৰু জনপ্ৰিয় সংগীত পৰিচালক। কেইবাখনো বিগ বাজেটৰ ছবিত কাম কৰি আছে। আনহাতে কাব্য মৰাণে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব চম্ভালিছে।

অৱশ্যে এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্ক বা বিবাহ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ফলত বিষয়টোক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যদিও বিষয়টো পৰিষ্কাৰ হোৱা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাব্য মৰাণক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ইংলেণ্ডৰ দ্য হাণ্ড্ৰেড লীগত তেওঁৰ দল ছানৰাইজাৰ্ছ লিডছে পাকিস্তানী আব্ৰাৰ আহমেদক নিলামৰ পৰা ক্ৰয় কৰিছিল। সকলোৱে প্ৰতিবাদ কৰিলে। অনুৰাগীৰ পৰা বিশেষজ্ঞলৈকে সকলোৱে গৰিহণা দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd