• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

কমনৱেল্থ গেমছৰ স্বৰ্ণজয়ী মীৰাবাঈ চানুক খেলৰত্ন প্ৰদান

NE NOW NEWS মৈত্ৰেয়ী শৰ্মা
গুৱাহাটী , September 26, 2018 8:55 pm

1 min read

mirabai-chanu-cwg-2018-pti
129
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মহিলা ভাৰোত্তলক মীৰাবাঈ চানুক ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে। মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত মণিপুৰৰ খেলুৱৈ গৰাকীক এই বঁটা প্ৰদান কৰা হয়।

মীৰাবাঈ চানুৰ ঘৰ হৈছে ইম্ফলৰ পৰা ২০ কি:মি: দূৰত্বত অৱস্থিত নংপক কাকচিং গাঁৱত। খেলুৱৈগৰাকীয়ে তেওঁৰ মাতৃ টম্বি চানুক লগত লৈ বঁটা গ্ৰহণ কৰাৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত গল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেল্থ গেমছৰ মহিলাৰ ভাৰোত্তলন প্ৰতিযোগিতাৰ ৪৮ কেজিৰ শাখাত স্বৰ্ণপদক জয় কৰাৰ পাছত মীৰাবাঈ চানুৱে ভীষণ পিঠিৰ বিষত জৰ্জৰিত হৈছিল। মুম্বাই আৰু দিল্লীৰ ভালেকেইগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ পাচতো তেওঁ উপশম পোৱা নাছিল বা বিষৰ কাৰণ জানিব পৰা নাছিল।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক পাতিয়ালাস্থিত ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ পুনৰ্বাসনৰ বাবে প্ৰেৰণ কৰা হৈছিল। তেওঁৰ সহযোগী খেলুৱৈসকলে এছিয়ান গেমছত অংশগ্ৰহণ কৰা সময়ত তেওঁ তাত যোগ দিব নোৱাৰি অতি মনোকষ্টত ভুগি আছিল।

আঘাতৰ পৰা সকাহ লাভ কৰি চানুৱে পুনৰ ভাৰোত্তলন কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে তেওঁ এইবাৰ ৩০ ৰ পৰা ৪০ কেজিৰ শাখাৰ ভিতৰতহে ভাৰোত্তলন সীমাবদ্ধ ৰাখে।

মীৰাবাঈ চানুৰ প্ৰশিক্ষক বিজয় শৰ্মাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হৈছে। আজিৰে পৰা মীৰাবাঈয়ে তেওঁৰ পুনৰ্বাসন কাৰ্যসূচী পুনৰ আগবঢ়াই নিব।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd