DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্জুন বঁটাৰ বাবে মনোনীত ভাৰোত্তোলিকা মীৰাবাঈ চানুৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 9:04 am
mirabai Chanu

মীৰাবাঈ চানু

5.9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা ৰাজীৱ গান্ধী খেলৰত্নৰে সন্মানিত হোৱা ভাৰোত্তোলিকা মীৰাবাঈ চানুৰ নাম এইবৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে ৰাষ্ট্ৰীয় ভাৰোত্তোলক ফেডাৰেশ্যনে।

মণিপুৰৰ এইগৰাকী প্ৰতিভাবান ভাৰোত্তোলকৰ উপৰি ৰাগালা ভেংকট ৰাহুল আৰু পুনম যাদৱৰ নামো মনোনীত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০১৭ চনত মাৰ্কিন যুক্তৰাজ্যত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত বিজয়ী হোৱাৰ পিছতে অৰ্থাৎ ২০১৮ চনত চানুৱে খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

মন কৰিবলগীয়া যে ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান খেলৰত্ন পোৱাৰ পিছত এজন খেলুৱৈক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিব পাৰি বুলি জনাৰ পিছতে ফেডাৰেশ্যনৰ সচিবপ্ৰধান সহদেৱ যাদৱে চানৰ নামো মনোনীত কৰে।

ভাৰোত্তোলন ক্ষেত্ৰৰ পৰা শেষবাৰৰ বাবে অৰ্জুন বঁটা লাভ কৰিছিল ২০১৫ চনতে। কমনৱেল্থ গেইমছৰ দুবাৰৰ স্বৰ্ণপদক বিজয়ী সতীশ শিৱলিংগমে সেইবাৰ অৰ্জুন বঁটা লাভ কৰিছিল।

উল্লেখ্য যে মীৰাবাঈ চানুৰ ঘৰ হৈছে ইম্ফলৰ পৰা ২০ কি:মি: দূৰত্বত অৱস্থিত নংপক কাকচিং গাঁৱত।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd