সদ্য সমাপ্ত পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছতে ব্যাপক হিংসাৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনী হিংসাই ৰাজ্যখনত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ক্ষমতাৰ পৰিৱৰ্তনৰ সময়ত সংঘটিত এনে অভূতপূৰ্ব হিংসাত্মক ঘটনাৰ আঁৰত কি কাৰকসমূহে ক্ৰিয়া কৰিছে?
নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে আছুতীয়া অনুষ্ঠান ‘কথন’ত অতিথিদ্বয় প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন মুৰব্বী জৱাহৰ সৰকাৰ আৰু প্ৰসিদ্ধ সাংবাদিক আৰু লেখক পৰাঞ্জয় গুহ ঠাকুৰতাই এনে ঘটনাসমূহৰ বিষয়ে বিশ্লেষণ দাঙি ধৰিছে। চাওক এই আছুতীয়া সাক্ষাতকাৰ-





