• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বোৱাৰীৰ শোৱনি কোঠাত সোমাই এইয়া কি কৰিলে শহুৰেকে? ওড়িশাৰ পৰা মহাৰাষ্ট্ৰলৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ জোৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 9:57 am
112
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিয়ালৰ সামান্য কন্দল যে ইমান ভয়ংকৰ হ’ব পাৰে, সেয়া কল্পনাও কৰিব পৰা নাছিল ওড়িশাৰ দেৱগড় জিলাৰ গৰিয়াপালি গাঁৱৰ বাসিন্দাসকলে। বুধবাৰে নিশা এগৰাকী বৃদ্ধৰ আক্ৰমণত প্ৰাণ হেৰুৱালে তেওঁৰ পত্নী, বোৱাৰী আৰু মাত্ৰ চাৰি বছৰীয়া নাতিনীয়ে। অভিযুক্ত পৰিয়ালৰ মুৰব্বী ৰমেশ গৰিয়াই এই কাণ্ড সংঘটিত কৰি বৰ্তমান পলাতক হৈ আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত ৰমেশৰ সৈতে তেওঁৰ পত্নী গুল গৰিয়াৰ তীব্ৰ তৰ্কাতৰ্কি হয়। পৰিস্থিতি বিষম হোৱা দেখি প্ৰাণৰ ভয়ত গুল দেৱীয়ে তেওঁৰ বোৱাৰী লিপি মহাকুলৰ কোঠাত আশ্ৰয় লৈছিল। কিন্তু তাতো তেওঁ ৰক্ষা নপৰিল। খঙৰ ভমকত জ্ঞান হেৰুৱাই ৰমেশে হাতুৰী লৈ সেই কোঠাত প্ৰৱেশ কৰে আৰু হাতুৰীৰ উপৰ্যুপৰি কোবত থিতাতে মৃত্যু হয় গুল আৰু লিপিৰ। ইয়াৰ পিছতে নিজৰ চাৰি বছৰীয়া নাতিনী ঈশাণীকো একেদৰেই আক্ৰমণ কৰি অভিযুক্ত বৃদ্ধজন পলাই যায়। পিছত ৰমেশৰ পুত্ৰ ধীৰেনে ঘৰলৈ আহি তিনিজনৰ মৃতদেহ পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে। দেৱগড়ৰ আৰক্ষী অধীক্ষক অনিল মিশ্ৰই জনোৱা মতে, পাৰিবাৰিক বিবাদৰ বাবেই এই আক্ৰমণ চলোৱা হৈছে বুলি প্ৰাথমিক তদন্তত ধৰা পৰিছে আৰু ফৰেনচিক দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে।

Apply Now

আনহাতে, মহাৰাষ্ট্ৰৰ নাছিক জিলাতো পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ কাহিনী। এজন নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই উন্মোচিত হৈছে পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। শাদাব ৰজ্জাক তাম্বোলি নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগত তেওঁৰ পত্নী, পত্নীৰ প্ৰেমিক আৰু খুলশালিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, প্ৰেমিকৰ সৈতে সংসাৰ কৰাৰ পথত স্বামীক হেঙাৰ বুলি গণ্য কৰিয়েই এই পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰা হৈছিল।

যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা নিখোজ হৈ থকা শাদাবৰ মৃতদেহ ২২ ফেব্ৰুৱাৰীত নাছিকৰ চান্দভাড় অঞ্চলৰ এখন নদীত ভাঁহি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। হত্যাকাৰীয়ে প্ৰমাণ লুকুৱাবলৈ মৃতদেহটোৰ কঁকাল আৰু উৰুত গধুৰ ডাম্বেল বান্ধি দিছিল যাতে দেহটো পানীৰ ওপৰলৈ ভাঁহি নাহে। লগতে হাত-ভৰি নাইলনৰ ৰছীৰে বান্ধি দিয়া হৈছিল। তদন্তত পোহৰলৈ আহে যে শাদাবৰ পত্নী মুসকান তাম্বোলিৰ সৈতে ঋষভ বাৰ্মা নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল।

এই ঘটনাত আৰক্ষীয়ে মুসকানসহ মুঠ সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd