• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সন্দৰ্ভত Googleৰ তথ্য; কি নাম দুগৰাকী সন্তানৰ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2020 2:45 pm

1 min read

Paresh-Baruah-Image
76.8k
VIEWS
Share on FacebookShare on Twitter

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিষয়ে সকলোৱে জানে। পিচে, তেওঁৰ ব্যক্তিগত জীৱনৰ তথ্য সমূহ বহুতেই নাজানে বা কম বেছি পৰিমানে জানে।

কিন্তু গুগলত পৰেশ বৰুৱা চাৰ্চ কৰিলে উইকিপিডিয়াই পৰেশ বৰুৱাৰ যিখিনি তথ্য দাঙি ধৰে সেয়া কিমান সঁচা?

গুগলে আনকি পৰেশ বৰুৱাৰ দুগৰাকী সন্তানৰ পৰিচয়ো দাঙি ধৰিছে।

গুগলে ইয়াৰ পেজত পৰেশ বৰুৱা সম্পৰ্কত দাঙি ধৰা তথ্যসমূহ হৈছে এনে ধৰণৰঃ-

পৰেশ বৰুৱা, ওৰফে আলফাত পৰেশ অসম হিচাপে পৰিচিত, যিয়ে ভাৰত ৰাষ্ট্ৰপ পৰা অসমৰ স্বাধীনতা বিচাৰিছে। তেওঁ সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীনৰ উপ-সভাপতি আৰু কমাণ্ডাৰ ইন চীফ।

উইকিপিডিয়া-

জন্মঃ ১মে’ ১৯৫৬(বয়স ৬৪বছৰ), চাবুৱা

পত্নীঃ ববী ভূঞা বৰুৱা

অপৰাধ সম্পৰ্ক স্থিতিঃ পলাতক

আত্মীয়ঃ অনুপ চেতিয়া, প্ৰদীপ বৰুৱা,দিনেশ বৰুৱা, বিমল বৰুৱা, বিকুল বৰুৱা, হীৰাৱতী বৰুৱা চেতিয়া

সংগঠন প্ৰতিষ্ঠাঃ সংযুক্ত মুক্তি বাহিনী অসম

সন্তানঃ তহচিম খান, আকাশ খান

এই তথ্যসমূহে আলফা স্বাধীনৰ পৰেশ বৰুৱা ওৰফে পৰেশ অসমৰ বিষয়ে অৱশ্যে কিছু নতুন কথা দাঙি ধৰিছে।

আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীৰ এই তথ্যখিনি এতিয়ালৈকে অৱশ্যে সংগঠনটোৱে ক’তো অস্বীকাৰ কৰা দেখা যোৱা নাই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd