• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GI টেগ কি আৰু কোনে প্ৰদান কৰে এই টেগ? অসমৰ কোনবোৰ সামগ্ৰীয়ে লাভ কৰিছে GI টেগ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 8:00 pm
272
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৌগোলিক সূচক (GI -Geographical Indication) কোনো সামগ্ৰীৰ ভৌগোলিক উৎপত্তিৰ প্ৰমাণ দি ইয়াৰ সাংস্কৃতিক, ঐতিহাসিক আৰু গুণগত মান সুৰক্ষিত কৰে। ই পৰম্পৰাগত সামগ্ৰীৰ স্বকীয়তা বজাই ৰাখি অঞ্চলটোৰ পৰিচয় বিশ্বৰ আগত তুলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভৌগোলিক সূচক ৰেজিষ্ট্ৰীৰ দ্বাৰা ভাৰতত এই টেগ প্ৰদান কৰা হয়, যি শিল্প আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ (DPIIT), বাণিজ্য আৰু শিল্প মন্ত্ৰণালয়ৰ অধীনত কাম কৰে। চেন্নাইত অৱস্থিত এই ৰেজিষ্ট্ৰীয়ে ভৌগোলিক সূচক সামগ্ৰী (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ৰ অধীনত কাৰ্যনিৰ্বাহ কৰে। সামগ্ৰীৰ অনন্য গুণাগুণ আৰু ইয়াৰ ভৌগোলিক উৎপত্তিৰ সম্পৰ্ক নিশ্চিত কৰি আৱেদন পৰীক্ষাৰ পিছত GI টেগ প্ৰদান কৰা হয়।

Apply Now

GI টেগৰ গুৰুত্ব

ভৌগোলিক সূচক (GI) টেগে কৃষিজাত, হস্তশিল্প আৰু ঔদ্যোগিক সামগ্ৰীৰ প্ৰমাণীকৰণৰ জৰিয়তে ইয়াৰ বজাৰ মূল্য আৰু সুৰক্ষা নিশ্চিত কৰে। ই পৰম্পৰাগত সামগ্ৰীক অনন্যভাৱে চিনাকি কৰি অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰে। GI টেগে সামগ্ৰীৰ গুণগত মান, পৰম্পৰাগত প্ৰস্তুত প্ৰণালী আৰু ভৌগোলিক বিশেষত্বক বিশ্ববজাৰত স্বীকৃতি দিয়ে। অসমৰ কোনবোৰ পৰম্পৰাগত আৰু কৃষিজাত সামগ্ৰীয়ে এতিয়ালৈকে ভৌগোলিক সূচক (GI) টেগ লাভ কৰিছে জানো অহক …

অসমৰ GI টেগপ্ৰাপ্ত হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী 

অসমীয়া গামোচা: অসমীয়া সংস্কৃতিৰ প্ৰতীক এই গামোচা ৰঙালী বিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে বগা কাপোৰত ৰঙা বা সেউজীয়া সূতাৰ পাৰি দি থলুৱা শিপিনীসকলে বোৱা এই গামোচা ৰাজহুৱা অনুষ্ঠানতো ব্যৱহাৰ কৰা হয়। 

অসমীয়া জাপি: অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অনন্য প্ৰতীক জাপি। ই কৃষকৰ পৰা আৰম্ভ কৰি উৎসৱ-অনুষ্ঠানত শোভা বঢ়ায়। 

অসমীয়া বিহু ঢোল: ৰঙালী বিহুৰ অপৰিহাৰ্য অংগ এই ঢোল অসমৰ প্ৰতিটো জনগোষ্ঠীৰ উৎসৱত ব্যৱহৃত হয়। ইয়াক অসমীয়া সমাজত ‘দেৱবাদ্য’ বুলি গণ্য কৰা হয়। 

সৰ্থেবাৰীৰ কাঁহ শিল্প: বৰপেটা জিলাৰ সৰ্থেবাৰী নগৰৰ হস্তনিৰ্মিত কাঁহৰ বাচন-বৰ্তন বিশ্ববিখ্যাত। 

মিচিং তাঁত: মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত বয়ন প্ৰণালী, য’ত কাপোৰৰ সুকীয়া নক্সা ফুটি উঠে। 

পানীমেটেকা শিল্প: এই কুটিৰ শিল্পত মেটেকাৰ পৰা হেণ্ডবেগ, টেবুল মেট, ফাইল কভাৰ আদি তৈয়াৰ কৰা হয়। 

আশাৰীকান্দিৰ টেৰাকোটা শিল্প: ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ মৃৎশিল্পৰ বাবে বিখ্যাত। 

মাজুলীৰ হাঁহিপাতৰ চিত্ৰকলা: সাঁচিগছৰ বাকলি, মাতিমাহ, ঔটেঙা আদিৰে তৈয়াৰ কৰা এই চিত্ৰকলা মাজুলীৰ সত্ৰসমূহত প্ৰচলিত। 

মাজুলীৰ মুখা শিল্প: মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছে। 

GI টেগপ্ৰাপ্ত কৃষিজাত সামগ্ৰী 

অসমৰ কৃষিজাত সামগ্ৰীৰ ভিতৰত GI টেগ লাভ কৰা কিছুমান হ’ল: 

কাজি নেমু: অসমৰ জাতীয় ফল, যাৰ ঔষধি গুণ আৰু সুকীয়া সোৱাদৰ বাবে বিখ্যাত। 

অসমৰ অৰ্থডেক্স চাহ: বিশ্ববিখ্যাত চাহৰ সুকীয়া সোৱাদৰ বাবে স্বীকৃত। 

তেজপুৰৰ লিচু: ইয়াৰ মিঠা আৰু ৰসাল গুণৰ বাবে জনপ্ৰিয়। 

জহা চাউল: অসমৰ থলুৱা সুগন্ধি চাউল। 

কাৰ্বি আংলঙৰ আদা: ইয়াৰ তীখা সোৱাদ আৰু গুণৰ বাবে বিখ্যাত। 

চকোৱা চাউল, বোকা চাউল: পৰম্পৰাগত চাউলৰ জাত। 

জুডিমা: কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত মদ। 

চিংফৌ চাহ: হাওলুং জনগোষ্ঠীৰ বিশেষ চাহ। 

মুগা ৰেচম: অসমৰ সোণালী ৰেচম, যি বিশ্বজোৰা খ্যাতি লাভ কৰিছে। 

বড়ো জনগোষ্ঠীৰ GI টেগপ্ৰাপ্ত সামগ্ৰী 

বড়ো জনগোষ্ঠীৰ ২১ বিধ পৰম্পৰাগত সামগ্ৰীয়ে GI টেগ লাভ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল: 

বড়ো দখনা, এৰী মুগা, গংগনা, গামছা, জুম্গা, গংগাৰ ডুনজিয়া, কেৰাদাপিনি, থৰখা, চিংফু, চেৰ্জা, খাম, জঠা, আৰনাই, খাৰ্ডউই। 

খাদ্য আৰু পানীয়: মাইব্ৰা জৌ বিদ্বি, জৌ গিছি, জৌ গোৱাৰণ, অনলা, নাৰ্জী, মাখাম, খোৱাখাও। 

ইয়াৰোপৰি শেহতীয়াকৈ অসমীয়া গহনাই GI টেগ লাভ কৰি সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি অৰ্জন কৰিছে। এই সামগ্ৰীসমূহে অসমৰ সমৃদ্ধ কৃষ্টি, শিল্প আৰু পৰম্পৰাৰ প্ৰতিফলন ঘটায়। GI টেগৰ জৰিয়তে এই সামগ্ৰীৰ জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা বৃদ্ধি পাইছে, যি অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক পৰিচয়ৰ বাবে এক গৌৰৱৰ বিষয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd