• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতলৈ আহিছিল ১ কোটি শৰণাৰ্থী; বাংলাদেশৰ স্বাধীনতা যুদ্ধত কি ভূমিকা আছিল ভাৰতৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 6, 2024 7:45 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমানৰ উত্তপ্ত হৈ আছে বাংলাদেশ। কোটা আন্দোলনে লৈছে ভয়াৱিহ ৰূপ। প্ৰতিবাদকাতীৰ দাবী পদত্যাগ কৰিব লাগে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।

অৱশেষত সোমবাৰে বাংলাদেশৰ হাছিনা চৰকাৰৰ পতন ঘটে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল শ্বেইখ হাছিনা। প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত তেওঁ বাৰে বাৰে কৈছিল যে ১৯৭১ চনৰ ভিতৰত ভাৰতে তেওঁলোকৰ কাষত কেনেদৰে থিয় দিছিল। মাত্ৰ ১৩ দিনৰ যুদ্ধত ভাৰতৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল পাকিস্তানে। সেই যুদ্ধত ভাৰতে কেৱল বাংলাদেশক সামৰিকভাবে সহায় কৰাই নহয়, সেই সময়ত বহু শৰণাৰ্থীকো আশ্ৰয় দিছিল ভাৰতে।

Apply Now

দিল্লীত তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ। ১৯৭১ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে ঢাকাত গণহত্যা আৰম্ভ হয়। তেতিয়াই পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰে। শৰণাৰ্থীসকলে বাংলাদেশৰ পৰা সীমান্ত পাৰ হৈ ভাৰতলৈ যাবলৈ আৰম্ভ কৰে। সেই পৰিস্থিতিত ভাৰতে পাকিস্তানৰ সৈতে হোৱা যুদ্ধত পোনপটীয়াকৈ জড়িত হৈ পৰে। ইন্দিৰা গান্ধীয়ে বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। কাৰ্যতঃ ভাৰত-পাকিস্তান যুদ্ধই ৰূপ ল’লে। পাকিস্তান সেনাৰ আত্মসমৰ্পণৰ পিছত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত বাংলাদেশে নতুন দেশ হিচাপে আত্মপ্ৰকাশ কৰে।

ইন্দিৰা গান্ধীয়ে লোকসভাত উল্লেখ কৰিছিল যে ই এতিয়া পাকিস্তানৰ আভ্যন্তৰীণ সমস্যা নহয় বৰঞ্চ ক্ৰমান্বয়ে ভাৰতৰ সমস্যা হৈ পৰিছে। ভাৰতৰ বাবে চকু মুদি থকাটো সম্ভৱ নহয় বুলিও তেওঁ অৱগত কৰে। ইন্দিৰা গান্ধীয়ে বিভিন্ন দেশ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজাবলৈ আৰম্ভ কৰিলে। ইয়াৰ মাজতে ভাৰত-ৰাছিয়া চুক্তি স্বাক্ষৰিত হয়।

যেতিয়া পাকিস্তানে ভাৰতীয় বায়ুসেনাৰ কেইবাটাও ঘাটিত আক্ৰমণ চলাইছিল। তেতিয়া ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। সেই যুদ্ধত ৯৩,০০০ পাকিস্তানীক ভাৰতীয় সেনাই বন্দী কৰি লৈছিল।

১৯৭১ চনত কমেও এক কোটি বাংলাদেশীয়ে ভাৰতলৈ আহি আশ্ৰয় বিচাৰিছিল। ভাৰত চৰকাৰে মুকলি কৰি দিছিল সীমান্ত। পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰাত শৰণাৰ্থীৰ বাবে শিবিৰ স্থাপন কৰা হৈছিল। যাৰ ফলত ভাৰতৰ অৰ্থনীতিৰ ওপৰতো চাপ বাঢ়িবলৈ ধৰে।

১৯৭১ চনৰ ২৭ মাৰ্চত ইন্দিৰা গান্ধীয়ে বাংলাদেশৰ মুক্তিযুদ্ধক সম্পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি কয়। তাৰ পিছত তেতিয়াৰ সেনা প্ৰধানজনক ভাৰত চৰকাৰে পূব পাকিস্তানলৈ যাবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত ভাৰতৰ মাটিত মুক্তি বাহিনীৰ সৃষ্টি হয়। এনেদৰেই ভাৰতৰ সহায়ত বাংলাদেশ গঠন হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd