• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

”এজনী কন্যা ঘৰৰ পৰা ওলোৱাৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এজনী কন্যা ঘৰ সোমাল” : অমিতাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2021 6:33 pm

1 min read

”এজনী কন্যা ঘৰৰ পৰা ওলোৱাৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এজনী কন্যা ঘৰ সোমাল” : অমিতাভ
495
VIEWS
Share on FacebookShare on Twitter

মেগাষ্টাৰ অমিতাভ বচ্ছন আৰু তেওঁৰ একমাত্ৰ বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক খুব কমকৈ ইজনে সিজনৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কোৱা দেখা যায়।

উল্লেখযোগ্য যে অভিষেক বচ্ছনৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে ঐশ্বৰ্য ৰায়ে ‘মহাব্বতে’ নামৰ চিনেমাখনত অমিতাভৰ জীয়েকৰ ৰূপত অভিনয় কৰিছিল।

যেতিয়া বচ্ছন পৰিয়াললৈ ঐশ্বৰ্যৰ আগমণ ঘটে, অমিতাভে কৈছিল যে ঐশ্বৰ্য তেওঁৰ জীয়েকৰ দৰেই।

২০১৯ চনৰ এটা অনুষ্ঠানত ঐশ্বৰ্যৰ বিষয়ে অমিতাভে কৈছিল যে তেওঁৰ কন্যাক বিয়া দিয়াৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এগৰাকী কন্যা পৰিয়াললৈ আগমণ ঘটে।

উল্লেখযোগ্য যে অমিতাভৰ কন্যা শ্বেতাই নিখিল নন্দা নামৰ এজন ব্যৱসায়ীৰ স’তে বৰ্তমান সংসাৰধৰ্মত ব্যস্ত।

অমিতাভে কন্যাৰ স’তে প্ৰায়ে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি আহিছে।

যোৱা বছৰ, যেতিয়া অমিতাভ, অভিষেক, ঐশ্বৰ্য আৰু ঐশ্বৰ্য-অভিষেকৰ কন্যা আৰাধ্যাৰ একেসময়তে ক’ভিড-১৯ প’জিটিভ হৈছিল, মেগাষ্টাৰজনে কান্দোনত ভাগি পৰিছিল।

ঐশ্বৰ্য আৰু আৰাধ্যা হস্পিতালৰ পৰা উলোৱাৰ পাছত এটা টুইটযোগে তেওঁ ভগৱানক ধন্যবাদ প্ৰদান কৰিছিল।

বৰ্তমান অমিতাভৰ মুক্তি পাব লগা ছৱিসমূহ হৈছে- ইমৰাণ হাছমিৰ স’তে অভিনয় কৰা ‘চেহৰে’,  আলিয়া ভাট- ৰণবীৰ কাপুৰৰ স’তে অভিনয় কৰা ‘ব্ৰহ্মাস্ত্ৰ’।

আনহাতে ঐশ্বৰ্যই বৰ্তমান মণিৰত্মৰ ‘পুন্নিয়িন চেলভান’ নামৰ চিনেমাখনত ব্যস্ত আছে।

Recent News

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd