• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আমাৰ চৰকাৰ আহিলেই ওৰেটো জীৱন জেইলত থাকিব লাগিব শ্বেৰমান আলীয়ে’; মন্ত্ৰী হিমন্তৰ দাবী

মিঞা মিউজিয়াম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীলৈ নামি আহিব নেকি বিপদ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2020 1:52 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিঞা মিউজিয়াম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীলৈ নামি আহিব নেকি বিপদ?

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত তাৰেই এক ইংগিত দিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

“চৰকাৰ আহিলেই শ্বেৰমান আলী জেইলত যাব। তেওঁ আৰু কেতিয়াও ওলাবই নোৱাৰিব।” এই সদম্ভ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ আৰু কয় “তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা লুঙী ৰাখিম বুলি কৈছে। এই অপমান সহ্য কৰিব নোৱাৰি। ধেমালি নেকি এয়া?”

অৱশ্যে লুঙীৰ পৰিৱৰ্তে মাছ ধৰা সঁজুলি যেনে জাকৈ, খালৈ আদি ৰাখিলে শুনিবলৈ ভাল বুলি মন্ত্ৰীগৰাকীয়ে কয়।

“কোনোবাই ক’ব নেকি মোৰ আন্দাৰৱেৰটো নি অমুকত ৰাখিমগৈ? এইকেইদিন ৰাজনৈতিক নকৰো। বিষয়টো কিয়নো, এইবোৰ কৰিলে তেওঁ ভোট বেছি পাব। কিন্তু তেওঁৰ স্থান জেইলত হ’ব লাগিব। শংকৰদেৱ কলাক্ষেত্ৰত লুঙী ৰাখিম কোৱাটো গ্রহণযোগ্য নহয়।” হিমন্তই এইদৰে কয়।

ইপিনে এই বিষয় লৈ বুদ্ধিজীৱীসকল কিয় মনে মনে আছে বুলি প্ৰশ্ন কৰি হিমন্তই লগতে কয় “তেওঁলোকৰ ইচ্ছা প্ৰৱণতা ক’ত আছে নাজানো। অসমৰ মানুহৰ দাবী, নিৰ্বাচনৰ পাছতে শ্বেৰমান জেইললৈ যাবই লাগিব।”

“আজি কামাখ্যা মন্দিৰ বা দেৱীৰ ফটো এখন শংকৰদেৱ কলাক্ষেত্ৰত ৰাখকগৈ বুলি কোনোবাই ক’ব নেকি? বলি দিয়া শালখন নি অমুকত ৰাখকগৈ বুলি ক’ব নেকি?” হিমন্তই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd