• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাঁত কেতিয়া ব্ৰাছ কৰিব? খোৱাৰ আগত নে পিছত?

দাঁতক সুস্থ কৰি ৰাখিব বিচাৰিলে কেৱল দাঁত ঘঁহিয়েই দাঁত ভালে ৰাখিব নোৱাৰি। এদিন জোৰেৰে ঘঁহিলে দাঁতৰ দাগ নাইকিয়া নহয়। সমস্যাৰ পৰা মুক্তি পাবলৈ চিকিৎসকে ফ্ল’ৰাইড নামৰ যৌগ থকা টুথপেষ্ট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 8:46 am
134
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে এই বুলিয়েই জানো যে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। সৰুৰে পৰা বহু লোক এই অভ্যাসত অভ্যস্ত।

ইয়াৰ বাহিৰেও স্বাস্থ্য সচেতন লোকসকলে কেতিয়াবা ‘স্কেল’, ‘ফ্লছ’ বা ‘ক্লিন’ৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ যায়। নিশ্চিতভাৱে ই এটা ভাল অভ্যাস।

অৱশ্যে দাঁতক সুস্থ কৰি ৰাখিব বিচাৰিলে কেৱল দাঁত ঘঁহিয়েই দাঁত ভালে ৰাখিব নোৱাৰি। সুস্থ দাঁতৰ বাবে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও গুৰুত্বপূৰ্ণ।

ইণ্টাৰনেটৰ প্ৰভাৱশালী ভ্লগাৰ কাৰী ৰড্ৰিগেজে তেওঁৰ অনুৰাগীসকলৰ বাবে দন্ত স্বাস্থ্যৰ বিশদ বিৱৰণ দিছে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত।

তাতে তেওঁ কৈছে যে বহুতে পুৱা সাৰ পাই চাহ বা কফি খায়, ইয়াৰ পিছত ব্ৰেকফাষ্ট কৰে আৰু তাৰ পিছতহে দন্ত মৰ্জন কৰে। এনে কৰিলে দাঁতৰ যথেষ্ট ক্ষতি হয়।

দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ উপৰিও আৰু কি কৰিব পাৰি? দাঁত কেনেকৈ ব্ৰাছ কৰিব লাগে?

এই বিষয়েও কৈছে ৰডিগ্ৰেজে।

ৰডিগ্ৰেজে কৈছে যে এদিন জোৰেৰে ঘঁহিলে দাঁতৰ দাগ নাইকিয়া নহয়। গতিকে, এনেদৰে ব্ৰাছ কৰিব নালাগে যাতে আলু বা দাঁতৰ ওপৰত অত্যধিক চাপ পৰে।


দিনটোত কিমানবাৰ দন্ত মৰ্জন কৰিব লাগে?

চিকিৎসকৰ মতে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰিলেই যথেষ্ট। সাৰ পাই উঠি আৰু শুই উঠাৰ আগতে। অৱশ্যে দাঁত সুস্থ কৰি ৰাখিবলৈ চিকিৎসকে প্ৰতিটো আহাৰ খোৱাৰ পিছত কুল কুলি কৰিবলৈ পৰামৰ্শ দিয়ে।

দাঁত ঘঁহিবলৈ কি ধৰণৰ মলম ব্যৱহাৰ কৰিব লাগে?

শেহতীয়াকৈ দাঁতৰ সমস্যা অনুসৰি বিভিন্ন টুথপেষ্ট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে। সংক্ৰমিত দাঁত, আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ খাঁজত আবদ্ধ হৈ থকা খাদ্য, ইনামেল ক্ষয় আদি সমস্যাৰ পৰা মুক্তি পাবলৈ চিকিৎসকে ফ্ল’ৰাইড নামৰ যৌগ থকা টুথপেষ্ট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd