• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়া মুকলি হব কলিয়াভোমোৰাৰ নৱনির্মিত দ্বিতীয় খন দলং?

কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলঙৰ সবিশেষ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
March 6, 2022 3:41 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলঙৰ কাম কিমান আগবাঢ়িছে? কেতিয়ালৈ মুকলি হব কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলং? নৰ্থ ইষ্ট নাওৰ এক বিশেষ প্ৰতিবেদন।

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত শোণিতপুৰ আৰু নগাওঁ জিলা সংযোগ কৰা দ্বিতীয় খন দলঙৰ কাম বৰ্তমানেও অব্যাহত আছে।
যদিও দলংখনৰ বৰ্তমান নামকৰণ কৰা হোৱা নাই, এতিয়াও কলিয়াভোমোৰা নামেৰেই পৰিচিত ।

Apply Now

নৱনির্মিত দ্বিতীয় কলিয়াভোমোৰা সেতুৰ নিৰ্মাণ কাৰ্য্য দ্ৰুত গতিত অব্যাহত আছে।

গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি শিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে নিবিদা লাভ কৰাৰ পাছতে বিগত ২৯ নৱেম্বৰ ২০১৪ তাৰিখে প্ৰতিষ্ঠানটোৱে কাম আৰম্ভ কৰে।

প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণৰ বাবে ছয়শ কোটি টকা আৱণ্টন কৰা হৈছে। দলং খনত মুঠ খুটাৰ সংখ্যা ২৬ টা।

দলংখনৰ দুয়ো দিশে যোৱা ৰাস্তাই ৩৭নং (ক) আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযুক্ত কৰিব। এই দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত কলিয়াভোমোৰাৰ পুৰণি দলঙত যান -জঁট তথা দুর্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰিব পাৰি।

দলংখনৰ নির্মাণত প্ৰায় ৬০০ বনুৱা/ কৰ্মী নিয়োগ কৰা হৈছে। প্ৰতিদিনে দলঙৰ নিৰ্মাণ কাৰ্য্য অব্যাহত আছে যদিও আজিকোপতি দলং খন সম্পূৰ্ণ হৈ উঠা নাই।

গুৰুত্বপূৰ্ণ কথা এয়ে যে নিৰ্মাণৰ দায়িত্ব লাভ কৰা গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি শিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে ২০১৮ বৰ্ষত কাম সম্পূৰ্ণ হব বুলি কৈছিল যদিও ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈও কাম সম্পূৰ্ণ হৈ উঠা নাই। নিৰ্দিষ্ট সময়ৰ চাৰি বছৰৰ পাছতো আজিলৈকে দলঙৰ প্ৰায় ৬০ শতাংশ কামহে সম্পূৰ্ণ হৈ উঠা পৰিলক্ষিত হৈছে।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি থকাৰ সময়ত ১১ মে ২০১৯ তাৰিখে দলঙৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত কাম সম্পূৰ্ণ হব বুলি ঘোষণা কৰিছিল যদিও সেয়াও আজিকোপতি হৈ নুঠিল। সোণোৱালৰ সেই ঘোষণাৰ আজি এবছৰ পাৰ হল, কিন্তু কাম সম্পূৰ্ণ হৈ নুঠিল।

ৰাইজৰ প্ৰশ্ন,কেতিয়ালৈ সম্পূৰ্ণ হব দলং নিৰ্মাণৰ কাম? নে পুৰণি দলঙতে বহু লোকে দুৰ্ঘটনাত প্ৰাণ দিব লাগিব।
দলং খনত শেহতীয়াকৈ হৈ যোৱা দুটাকৈ ভয়ঙ্কৰ পথ দুর্ঘটনাত সন্ধানহীনহৈ থকা তিনিজনকৈ লোকৰ সন্ধানো আজিলৈকে পোৱা নগ’ল।

যদি কাম তীব্ৰ গতিত কোনো অসুবিধা নোহোৱাকৈ চলি থাকে নিশ্চয় ২০২২ অথবা ২০২৩ বৰ্ষত সম্পূৰ্ণ হোৱাৰ আশা কৰিব পাৰি বুলিও মত প্ৰকাশ কৰে গেমন কোম্পানীৰ কৰ্মচাৰী এগৰাকীয়ে।

ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd