• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়া গ্ৰেপ্তাৰ হ’ব উমৰাংছুৰ অবৈধ কয়লা খনিৰ মাষ্টাৰ মাইণ্ড ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেৱলালৰ পত্নী কণিকা?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 8, 2025 1:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও আতংকই মাৰ যোৱা নাই উমৰাংছ’ত। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ এক খয়লা খনিত আৱদ্ধ হৈ পৰা ১০ ৰো অধিক শ্ৰমিকক উদ্ধাৰ কৰাত চূড়ান্ত বিফল হৈছে উদ্ধাৰকাৰী দল। প্ৰায় ৩০০ ফুট দ খনিত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। অৱশ্যে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ লগতে ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান ব্যৰ্থ হোৱাৰ পাছত নৌ সেনাৰ ডুবাৰুৱেও চলায় উদ্ধাৰ অভিযান। ইয়াৰ পাছতো এজনো শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল উদ্ধাৰকাৰী দল। ইয়াৰ বিপৰীতে মৃত আৰু সন্ধানহীন শ্ৰমিকৰ ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। এনে এক পৰিৱেশৰ মাজতে পোহৰলৈ আহিছে অতি ভয়ংকৰ তথ্য।

Apply Now

প্ৰকাশিত খবৰৰ মতে, সেই অভিশপ্ত অবৈধ কয়লা খনিটো হৈছে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছা (হোজাই)ৰ। অভিযোগ অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰি দেৱলালৰ পত্নী কণিকা গাৰ্লোছাই জিলাখনত কেবাটাও অবৈধ কয়লা খনি চলায় আহিছে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা উলংঘা কৰি উমৰাংচুৰ আছাম কুৱেৰীত দীৰ্ঘবছৰ ধৰি দিন চলি আছিল এই ৰেট হোল মাইনিং।

ৰাজ্য চৰকাৰৰ অধীনস্থ অসম মিনাৰেল উন্নয়ন পৰিষদ, এ এম ডি চিৰদ্বাৰা স্বীকৃত এলেকাৰ বাহিৰত দীৰ্ঘদিনৰ পৰা আছাম কুৱেৰীয়ে চলাই আছিল কয়লাৰ এই অবৈধ খনন৷ অসম ছিণ্ডিকেট আৰু অপৰাধশুন্য হৈ পৰা বুলি সঘনাই দাবী কৰা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উমৰাংচুৰ এই কয়লা খননক অবৈধ আখ্যা দিছে। ইয়াৰ পাছতো পাৰ্বত্য জিলাখনত প্ৰায় ৬০ৰ পৰা ৭০ টা অবৈধ খয়লা খনিত কয়লাৰ খনন কাৰ্য কেনেকৈ চলি আহিছে তাকে প্ৰশ্নৰ উত্থাপন হৈছে।

ইফালে অভিযোগ অনুসৰি শ্ৰমিক আৱদ্ধ হৈ পৰা খনিটোৰ লগতে আৰু কেবাটাও খনি দেৱলাল গাৰ্লোছাৰ পত্নী মণিকা গাৰ্লোচাই চলাই আহিছে। আত্মীয়ৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই মণিকা গাৰ্লোচাই অবৈধ কয়লা খননৰ সমগ্ৰ কাম-কাজ তদাৰক কৰি আহিছে বুলিও অভিযোগ উঠিছে।

অভিযোগ অনুসৰি দিছপুৰৰ এজন ক্ষমতাশালী মন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দেৱলাল গাৰ্লোছাই কৰ ফাঁকিৰে চলাই থকা এই কয়লা ছিণ্ডিকেটৰ বিষয়ে বিজেপিৰে বহু নেতাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আৰু দলৰ ৰাজ্যিক সভাপতিক ছেপ্টেম্বৰ মাহতে লিখিত অভিযোগ দিছিল যদিও মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইফালে প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি দলৰ নেতা সমৰজিৎ হাফলংবাৰে ভয়ংকৰ অভিযোগ তুলি কয়- ‘এইটো কয়লা খনি দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ। উমৰাংচুৰ দৰেই কাৰ্বি আংলং জিলাৰ ডিলাই, বকলীয়াৰ কুৰডুং, পাট্ৰাডিছা, শিলনীজানৰ কয়লাজান, কয়লা মাটিত মুকলিভাৱে কয়লা খনন চলি আছে আৰু দৈনিক শ শ ট্ৰাক কয়লা কাৰ্বি আংলঙৰ পৰাও গৈ আছে। আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগৰ বিষয়াসকলক এই বিষয়ে সুধিলে সাংবাদিককো ক’ব যে এই ব্যৱসায় দিছপুৰৰ মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চলে, আমি ধৰিলে চাকৰি যাব।’ ইফালে আৰক্ষীয়ে এই অবৈধ কয়লা খননৰ বিৰুদ্ধে ২/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি আছাম কুৱেৰীৰ পুনুছ নুনিছা ওৰফে সুৰুষ নুনিছাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই ধৃত নুনিছা হৈছে কণিকা গাৰ্লোচাৰ আত্মীয়। অৰ্থাৎ অবৈধ কয়লা খনিটোক প্ৰকৃত গৰাকীক গ্ৰেপ্তাৰ নকৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৰাকীৰ আত্মীয়ক।  দিছপুৰৰ ক্ষমতাশালীৰ মন্ত্ৰীৰ কয়লা ছিণ্ডিকেটৰ ক’লা অধ্যায় উন্মুক্ত হোৱাৰ ভয়তে প্ৰকৃত গৰাকীক গ্ৰেপ্তাৰ নকৰি আত্মীয় গ্ৰেপ্তাৰ কৰি সকলোবোৰ মেনেজ কৰিবলৈ চেষ্টা কৰি বুলি বুলি এতিয়া সবত্ৰে চৰ্চা চলিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd