• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বুমৰাহক উপেক্ষা! আশ্চৰ্যচকিত গাভাস্কাৰ, পিটাৰছেনৰ দৰে প্ৰাক্তন খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 3:24 pm
Jasprit Bumrah Hardik Pandya Kevin Pietersen Sunil Gavaskar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে আই পি এলৰ চলিত সংস্কৰণত নিজৰ নিজৰ অভিযান আৰম্ভ কৰে দুই প্ৰাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছে। মেচখনত গুজৰাটে মুম্বাইক পৰাস্ত প্ৰত্যাশিত আৰম্ভণি কৰে।

মেচখনত গুজৰাটক প্ৰথম দুটা সংস্কৰণত নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়াই মুম্বাইৰ অধিনায়ক হিচাপে অভিষেক ঘটায়। আই পি এলৰ আৰম্ভণিৰ পূৰ্বৰে পৰাই পাণ্ডিয়াৰ মুম্বাই গমনক লৈ ব্যাপক চৰ্চা চলি আহিছিল।

Apply Now

কালি খেল আৰম্ভণিৰ পৰাই এই চৰ্চা অধিক উন্মুক্ত হৈ পৰে। টছৰ সময়ত তথা পাণ্ডিয়াই বলিং আৰম্ভ কৰাৰ সময়ত ষ্টেডিয়ামৰ দৰ্শকে পাণ্ডিয়াক উদ্দেশ্যি বিদ্ৰুপ কৰাও পৰিলক্ষিত হ’ল।

সমান্তৰালকৈ পাণ্ডিয়াৰ কিছু সিদ্ধান্তক লৈয়ো চৰ্চাৰ সূত্ৰপাত হ’ল। টছত জয়লাভ কৰি পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু নিজেই বল হাতত লৈ দলৰ বলিং মুকলি কৰে। ইয়াৰ পাছতে এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা চলে।

দলত জশপ্ৰীত বুমৰাহৰ দৰে এগৰাকী বিশ্বমানৰ তাৰকা বলাৰ থকাৰ পিছতো পাণ্ডিয়াই বলিং মুকলি কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰে সকলোৱে। আনকি ইনিংছৰ চতুৰ্থ অভাৰতহে বলিং কৰিবলৈ দিয়া হয় বুমৰাহক।

পাৱাৰ প্লে’ৰ দৰে গুৰুত্বপূৰ্ণ সময়ত বুমৰাহে বলিং আৰম্ভ নকৰাত আশ্চৰ্যচকিত হৈ পৰে প্ৰাক্তন ইংলিছ তাৰকা কেভিন পিটাৰছেন, ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। কমেণ্টেৰী বক্সত দুয়ো স্পষ্টকৈ প্ৰকাশ কৰে আশ্চৰ্য।

পাণ্ডিয়াই প্ৰথম অভাৰত ১১ ৰাণ খৰচ কৰাৰ পিছত দ্বিতীয় অভাৰতো বুমৰাহৰ পৰিৱৰ্তে লিউক উডৰ হাতত বল তুলি দিয়া হয়। তৃতীয় অভাৰতো পাণ্ডিয়াই নিজেই পুনৰ বলিং কৰে আৰু ৯ ৰাণ খৰচ কৰে।

এনে সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি প্ৰাক্তন ইংলিছ তাৰকা কেভিন পিটাৰছেনে কমেণ্টেৰী বক্সত নিজৰ অনুভৱ প্ৰকাশ কৰি জশপ্ৰীত বুমৰাহে কিয় বলিং মুকলি কৰা নাই বুলি মন্তব্য কৰে। ‘মই এই কথা বুজি পোৱা নাই’ বুলিও মন্তব্য কৰে পিটাৰছেনে।

পিটাৰছেনৰ এনে মন্তব্যৰ পিছতে কমেণ্টেৰী বক্সত তেওঁৰ লগত থকা গাভাস্কাৰে সমৰ্থন কৰি কৈ উঠে, “বহুত ভাল প্ৰশ্ন। বহুত বহুত ভাল প্ৰশ্ন।” এই দুই প্ৰাক্তন তাৰকাৰ লগতে প্ৰাক্তন ভাৰতীয় তাৰকা ইৰফান পাঠানেও এই বিষয়ত নিজৰ মত প্ৰকাশ কৰে।

এক টুইট যোগে পাঠানে প্ৰশ্ন কৰে, “বুমৰাহ ক’ত?” অনুৰাগীসকলেও সামাজিক মাধ্যমত এই বিষয়টিক লৈ বহুল চৰ্চা কৰে। অৱশ্যে চতুৰ্থ অভাৰত বল হাতত লৈ সাজু হয় বুমৰাহ।

উত্থাপিত বিষয়টি যে অনাকাংক্ষিত নাছিল তাক প্ৰমাণ কৰি নিজৰ প্ৰথমটো অভাৰতে বুমৰাহে মুম্বাই ইণ্ডিয়ানছক দিয়ে প্ৰথমটো সফলতা। অভাৰৰ অন্তিমটো বলত বুমৰাহে এটা নিখুঁত য়ৰ্কাৰেৰে বিদায় দিয়ে ঋদ্ধিমান সাহাক।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd