• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘SI কেলেংকাৰী সংঘটিত কৰা ৰিমোৰ্ট কন্ট্ৰ’ল ক’ত আছে?’ জনালে গৌৰৱ গগৈয়ে

SI কেলেংকাৰীৰ তদন্ত নাটক, বিজেপি ৱাশ্বিং মেছিন : গৌৰৱ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 6, 2020 6:42 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্ত গ্ৰেপ্তাৰ হোৱাক লৈ GMCH ত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিল সাংবাদিকে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ সাংসদগৰাকীয়ে এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াক নাটক আখ্যা দিয়ে।

Apply Now

তেওঁ কয় ‘চাওঁক এইবোৰ সকলো নাটক। দিবন ডেকাকো আৰক্ষীয়ে ধৰিছে বুলি কৈছে কিন্তু তেওঁৰ পৰা কি কথানো পোহৰলৈ আহিল? বিজেপি দলটো এটা ৱাশ্বিং মেছিন। কেলেংকাৰীৰ সৈতে জড়িতসকলে বিজেপিত যোগদান কৰি ৰক্ষণাবেক্ষণ পায় আৰু অলপ দিন পাছত তেওঁলোক হিৰ’ হৈ যায়।‘

‘বিজেপিত যোগদান কৰাৰ পাছত ক’লা ৰঙবোৰ মোহাৰি নিকা কৰি দিয়ে। অলপ দিন পাছত চাব সকলো একেই কথা হ’ব।‘ গগৈয়ে লগতে কয়।

ইপিনে এই কেলেংকাৰীৰ ৰিমৰ্ট কন্ট্ৰল উচ্চ স্তৰত থকা বুলি দাবী কৰি গগৈয়ে কয় ‘পি কে দত্ত অসমত থকাৰ সময়তে কাৰোবাৰ হাতত ৰিমোৰ্ট কন্ট্ৰল আছিল। সেই ৰিমোৰ্ট কন্ট্ৰল থকা মানুহজন আমি বিচাৰো।‘

তদুপৰি, পি কে দত্ত কোন বিভাগৰ আছিল বুলি প্ৰশ্ন কৰি গগৈয়ে লগতে কয় ‘তেওঁ আছিল প্ৰাক্তন DIG, গৃহ বিভাগৰ অধীনৰ।‘

ইপিনে, ন্যায়িক বা CBIৰ তদন্তৰ জৰিয়তে গৃহ বিভাগৰ উচ্চ পদস্ত বিষয়াসকলক তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী কৰে গগৈয়ে।

‘তেতিয়াহে বাস্তৱ সত্য পোহৰলৈ আহিব। আৰক্ষীৰ কেলেংকাৰীৰ লগতে পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগ, ব্লেক লিষ্টেড ফ্ৰম সকলোতে এক চিণ্ডিকেট চলি আছে।এই চিণ্ডিকেটৰ নিশ্চয়কৈ কোনোবা এটা মাষ্টাৰমাইণ্ড আছে বা ৰিমোৰ্ট কন্ট্ৰ’লাৰ আছে।এই কেলেংকাৰীৰ তদন্ত CIDৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি।‘ গৌৰৱ গগৈয়ে এইদৰে কয়।

ইপিনে, তৃণমূল পৰ্যায়ৰ দুৰ্নীতিকাৰীক গ্ৰেপ্তাৰ কৰিলেও ৰিমোৰ্ট কন্ট্ৰ’ল থকা ব্যক্তিজনে পুনৰ দুৰ্নীতি কৰা আৰম্ভ কৰিব বুলিও গৌৰৱে গুৰুতৰ অভিযোগ তোলে।

‘এই কেলেংকাৰীৰ ৰিমোৰ্ট কন্ট্ৰ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পাব।‘ গৌৰৱ গগৈয়ে দাবী কৰি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd