• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোনে নিউজ চেনেলৰ মালিকে গভীৰ নিশালৈ মদ খুৱাইছিল জুবিনক? প্ৰশ্ন এগৰাকী বিশেষ অনুৰাগীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2025 11:02 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণশিল্পী জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পূৰ্বেই তেখেতৰ আকস্মিক মৃত্যুক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। শেহতীয়াকৈ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুক লৈ সৃষ্টি হোৱা কিছু দিশক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰজত কমল বঁটা বিজয়ী প্ৰযোজক লুইত কুমাৰ বৰ্মনে।

সামাজিক মাধ্যম ফেচবুকত বৰ্মনে ‘ছিংগাপুৰত কোন নিউজ চেনেলৰ মালিকে য়াট বুক কৰিছিল? কোনে নিউজ চেনেলৰ মালিকে গভীৰ নিশালৈ মদ খুৱাইছিল? কোনে ছিংগাপুৰত থাকি গুৱাহাটীত থকা বুলি ফাকি মাৰিছে? আমি নাজানো বুলি ভাবিছে নেকি?’ বুলি প্ৰশ্ন উত্থাপন কৰিছে। আনকি সেই বিশেষ ছেটেলাইট চেনেলৰ স্বতাধিকাৰীৰ বিৰুদ্ধে এই প্ৰশ্ন অৱতাৰণা কৰা বাবে বৰ্মনৰ বিৰুদ্ধে নিলম্বিত অসম প্ৰশাসনিক সেৱাৰ বিষয়া নুপূৰ বৰাৰ পৰা উৎকোচ লোৱাৰ অভিযোগ কৰিছে বুলি লুইত কুমাৰ বৰ্মনে উল্লেখ কৰে।

Apply Now

আন এটা পোষ্টত আজি বৰ্মনে লিখে যে, ‘হাস্পতালত যেতিয়া ৰোগীৰ মৃত্যু হয়, ডক্টৰে লগালগ পৰিয়ালক খবৰ দিয়ে। পৰিয়ালৰ পৰা লগা লগ আন আত্মীয় আৰু বন্ধু বান্ধৱলৈ বাতৰিটো যায়। ৫ মিনিটো নালাগে খবৰ পাওঁতে। তেনে স্থলত জুবিনৰ মৃত্যুৰ খবৰটো অলপ দেৰিকৈ ৰাইজক জনোৱা হ’ল। কিয় দেৰি কৰিলে? লগালগ কিয় নজনালে? তাত অসমৰ সাংবাদদাতা আছিল, সংবাদ মাধ্যমৰ মালিক আছিল। তথাপিও কিয় দেৰি কৰালে খবৰটো দিওঁতে। নে এই গেগখিনিত কিবা মেনেজ কৰিলে? নে ছ’চিয়েল মেডিয়া আদিৰ পৰা ফটো, ভিডিও ডিলিট কৰিবলৈ সময় ল’লে। যাতে প্ৰমাণ একো নাথাকে!’

আনকি অসমৰ আন এজন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই ২০ ছেপ্টেম্বৰত কয় যে, অসমৰ এজন মিডিয়া সম্ৰাট আৰু এজন মুখ্য সম্পাদকো ছিংগাপুৰলৈ গৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা ছিংগাপুৰত এজন ব্যৱসায়ীয়ে এটা নৈশ সুৰা পাৰ্টিৰ আয়োজন কৰিছিল, য’ত জুবিন গাৰ্গ উপস্থিত আছিল বুলিও ভূঞাই উল্লেখ কৰে। আনকি অতনু ভূঞাই পাৰ্টিৰ পিছদিনা আৰাম অবিহনে দীৰ্ঘদিনীয়া অসুস্থতা থকা বুলি জনা সত্বেও দিনত শোৱাৰ অভ্যাস থকা জুবিনক জাহাজৰ প্ৰমোদ ভ্ৰমণত লৈ গৈছিল বুলি উল্লেখ কৰে।

ইতিমধ্যে অসমৰ জনসাধাৰণে অসমৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ ওপৰত আস্থা প্ৰায় হেৰুৱাইছে। তেনে ক্ষেত্ৰত অসমীয়াৰ আবেগ জুবিনৰ মৃত্যুক লৈ কৰা ল’ৰাধেমালিক সহজভাৱে ল’ব পৰা নাই অসমৰ জনসাধাৰণে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd