• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধ্বস্ত উপত্যকা! বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী গাজাত প্ৰতি ১০ মিনিটত নিহত হৈছে এটি শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 12:43 pm
ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা। ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত গড়ে প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এটি শিশু নিহত হৈছে। এই কথা সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰিয়াছুছে। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তেওঁ কয় যে গাজাত কোনো ঠাই নিৰাপদ নহয় আৰু কোনোৱেই নিৰাপদ নহয়।

গাজাৰ ৩৬খন চিকিৎসালয়ৰ আধা আৰু অঞ্চলটোৰ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰৰ দুই তৃতীয়াংশই এতিয়া কাম কৰা নাই বুলি গেব্ৰিয়াছুছে কয়। আৰু যিবোৰ চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ এতিয়াও সক্ৰিয় হৈ আছে, সেইবোৰৰ সক্ষমতাও শেষ হৈ গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে গাজাৰ স্বাস্থ্যসেৱা ব্যৱস্থা “পতনৰ পথত” বুলি অভিহিত কৰে।

১৫ জনীয়া সদস্যৰ নিৰাপত্তা পৰিষদক গেব্ৰিয়াছুছে কয় যে আনকি গাজাৰ চিকিৎসালয়ৰ কৰিড’ৰবোৰো মৃত, আহত আৰু অসুস্থ লোকেৰে ভৰি আছে। মৰ্গ উফন্দি উঠিছে। অস্ত্ৰোপচাৰ এনাস্থেচিয়া নোহোৱাকৈ কৰা হৈছে। হাজাৰ হাজাৰ গৃহহীন লোকে চিকিৎসালয়ত আশ্ৰয় লৈছে।

Apply Now

লগতে পঢ়কঃ বয়স আছিল মাত্ৰ ২৪ বছৰ; কোৰিয়ান গায়িকা কিম নাহিৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতাকামী হামাছে ইজৰাইলক আক্ৰমণ কৰে। তেতিয়াৰ পৰাই ইজৰাইলৰ বাহিনীয়ে গাজাত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে কয় যে হামাছৰ সদস্যই কমেও ১২০০ লোকক হত্যা কৰিছে। তেওঁলোকে ২৪০ৰো অধিক লোকক পণবন্দী কৰি লৈছিল। ইয়াৰ পিছত ইজৰাইলে গাজাত বিমান আক্ৰমণ চলায়। পিছত তেওঁলোকে স্থলপথতো অভিযান আৰম্ভ কৰে।

গেব্ৰিয়াছুছে কয় যে ৭ অক্টোবৰৰ পৰা গাজা আৰু পশ্চিম পাৰৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহত ২৫০টাতকৈও অধিক আক্ৰমণ বিশ্ব স্বাস্থ্য সংস্থাই পৰ্যবেক্ষণ কৰিছে। আনহাতে, ইজৰাইলত স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত ২৫টা আক্ৰমণ সংঘটিত হৈছে। ইজৰাইলে দাবী কৰিছে যে হামাছে চিকিৎসালয়খনৰ তলৰ সুৰংগসমূহত অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰাখিছে, যদিও এই অভিযোগ হামাছে অস্বীকাৰ কৰিছে।

ইথিওপিয়াৰ টিগ্ৰেৰ বাসিন্দা গেব্ৰিয়াছুছে কয় যে গাজাত শিশুসকলৰ কেনেকুৱা অৱস্থা, সৰুতে মোৰো এই অভিজ্ঞতা হৈছিল।

লগতে পঢ়কঃ বিপৰ্যয়! বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে আইচিচিয়ে নিলম্বন কৰিলে কুশল মেণ্ডিছৰ শ্ৰীলংকাক

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয়, ‘এতিয়া স্বাস্থ্যকৰ্মী আৰু সাধাৰণ লোকক সহায় কৰাৰ সৰ্বোত্তম উপায় হ’ল তেওঁলোকক প্ৰয়োজনীয় স্বাস্থ্য সেৱা প্ৰদান কৰা। তেওঁলোকক ঔষধ, চিকিৎসা সামগ্ৰী দিয়া আৰু চিকিৎসালয়সমূহ চলি থাকিবলৈ জেনেৰেটৰলৈ ইন্ধন যোগান নিশ্চিত কৰা।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd