• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তালি’ সিৰিজৰ গৌৰী মা আচলতে কোন? বাস্তৱতে কোন আছিল গৌৰী সাৱন্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ মুক্তি পালে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন অভিনীত ৱেব সিৰিজ ‘তালি’। ইয়াত তেওঁক ট্ৰান্সজেণ্ডাৰ ব্যক্তি হিচাপে দেখুওৱা হৈছে।

এই ধাৰাবাহিকখনত সমাজকৰ্মী শ্ৰীগৌৰী সাৱন্তৰ জীৱন কাহিনীৰ উন্মেষ ঘটিছে। কিন্তু বহুতে নাজানে এই শ্ৰীগৌৰী সাৱন্ত কোন আছিল? আজি জানো আহক বাস্তৱ সুস্মিতা সেনৰ চৰিত্ৰত দেখা পোৱা গৌৰী সাৱন্তৰ আচল পৰিচয় – 

Apply Now

স্কুলত পঢ়ি আছিল তেতিয়া। এদিন শ্ৰেণীকোঠাত ল’ৰাটোক শিক্ষকে সুধিলে যে তুমি ডাঙৰ হ’লে কি হ’ব বিচাৰা? ল’ৰাটোৱে তপৰাই উত্তৰ দিলে – ছাৰ মই ‘মা’ হ’ব বিচাৰোঁ। শ্ৰেণীকোঠাত গোটেই সহপাঠীসকলে অট্টহাস্য কৰি হাঁহিবলৈ ধৰিলে। উত্তৰত শিক্ষকে বুজাই দিলে যে পুৰুষ কেতিয়াও মাতৃ হ’ব নোৱাৰে। সেই সৰু ল’ৰাটোৰ নাম আছিল গণেশ। এই গণেশেই এদিন প্ৰতিষ্ঠিত হৈছিল সমাজকৰ্মী  গৌৰী সাৱন্ত হিচাপে। 

গৌৰী সাৱন্তৰ জন্ম হৈছিল পুনেত।  কম বয়সতে মাকক হেৰুৱাইছিল গৌৰীয়ে। দেউতাক পেছাত পুলিচ আছিল। যাৰ বাবে আইতাকৰ লগত ডাঙৰ হৈছিল গৌৰী। সৰুৰে পৰাই গৌৰীয়ে ছোৱালীক সাজ-পোছাক পিন্ধি ভাল পাইছিল। মাতৃ হোৱাৰ হাবিয়াস আছিল গৌৰীৰ। গৌৰীয়ে জন্মগতভাবে ল’ৰা হিচাপে জন্ম হৈ ছোৱালীৰ দৰে জীৱন কটাব খোজা কথাটোক লৈ দেউতাকে কষ্ট পোৱাটো নিবিচাৰিছিল, সেয়েহে সোতৰ বছৰ বয়সতে গৌৰী ঘৰৰ পৰা ওলাই গৈছিল। অনিশ্চিত ভৱিষ্যত এটাৰে স্বাভিমান আৰু হেঁপাহ বুকুত বান্ধি লৈ ঘৰৰ পৰা মুম্বাইলৈ গুচি গৈছিল গৌৰী।

মুম্বাইলৈ গৈ তেওঁ প্ৰথমে মন্দিৰৰ প্ৰসাদ আৰু ৰাস্তাৰ পানী খায়েই জীয়াই আছিল। তাৰ পিছত তেওঁ নিজৰ এজন সমকামী বন্ধুৰ সহায়ত এটা স্বেচ্ছাসেৱী সংগঠনত কাম কৰিবলৈ আৰম্ভ কৰে। তালৈ আহি তেওঁ গণেশৰ পৰা গৌৰী হৈ পৰিল। তেতিয়াও মাতৃ হোৱাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিল গৌৰীয়ে। যাৰ বাবে লৈ পেলাইছিল এটা ডাঙৰ সিদ্ধান্ত। 

উল্লেখ্য যে হিজৰা সম্প্ৰদায়ৰ বা ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ ব্যক্তিসকলে সন্তান তুলি লোৱাৰ অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন। ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি এই হিজৰা তথা ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ ব্যক্তিক সন্তান তুলি ল’ব বাবে অধিকাৰ প্ৰদান কৰিছিল। ইয়াৰ পিছতেই গৌৰীয়ে এটি কন্যা সন্তান তুলি লৈছিল। 

উল্লেখ্য, এইস আই ভি পজিটিভ হৈ মৃত্যুশয্যাত পৰি থকা যশোদা নামৰ এগৰাকী যৌনকৰ্মীৰ কন্যা সন্তানক তুলি লৈছিল গৌৰীয়ে। তেনেদৰেই মাতৃত্ব লাভ কৰিছিল গৌৰী সাৱন্তে।

কেৱল এয়াই নহয়, ইয়াৰ লগতে বিভিন্ন সামাজিক কামৰ লগতো জড়িত হৈ আছিল গৌৰী সাৱন্ত। গৌৰী সাৱন্তে ট্ৰান্সজেণ্ডাৰ তথা হিজৰা সমুদাৰৰ অধিকাৰৰ বাবে যুঁজি গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd