• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বত প্ৰতি ১০জন লোকৰ ভিতৰত এজন কৰ’নাত আক্ৰান্ত: WHO

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 11:23 am

1 min read

Myke riyan

মাইক ৰিয়ান।

250
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বতে বৰ্তমান প্ৰতি ১০জনৰ ভিতৰত এজন কৰ’নাত আক্ৰান্ত। সোমবাৰে এইকথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

সেইদৰে বৰ্তমান কৰ’না আক্ৰান্তৰ যি পৰিসংখ্যা দাঙি ধৰা হৈছে নিশ্চিতভাৱে তাৰ ২০গুণ আধিক আক্ৰান্ত হৈছে। গতিকেই আগন্তুক দিনসমূহ অত্যন্ত জটিল হ’ব বুলি সাৱধান কৰি দিয়া হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী শাখাৰ কাৰ্যবাহী বিষয়া ডাঃ মাইকেল ৰিয়ানে কয় যে কৰ’নাৰ দিশে লক্ষ্য কৰিলে দেখা যায় যে চহৰৰ পৰা গাঁওলৈকে বিভিন্ন গোষ্ঠীৰ ক্ষেত্ৰত গোটেই বিশ্বৰ বেছিভাগেই ইয়াৰ সংক্ৰমণৰ সন্মুখীন হৈছে।

তেওঁ কয় যে অতিমাৰী চলিলেও এই সংক্ৰমণ ৰোধ কৰা তথা জীৱন ৰক্ষাৰ বাবে সঁজুলি উপলব্ধ আছে।

মাইকেল ৰিয়ানে জানিবলৈ দিয়ে যে বৰ্তমান দক্ষিণ পূব এছিয়াত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, য়ুৰোপত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ তুলনাত আফ্ৰিকা আৰু পশ্চিম প্ৰশান্ত সাগৰীয় অঞ্চলত পৰিস্থিতি কিছু উন্নত হৈছে।

তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান হিচাপত বিশ্বৰ মুঠ জনসংখ্যাৰ ১০শতাংশ কৰ’নাত আক্ৰান্ত।

বৰ্তমান বিশ্বৰ জনসংখ্যা ৭.৬বিলিয়ন হিচাপে ধৰি লৈ দেখা গৈছে যে গোটেই বিশ্বত ৭৬০মিলিয়নতকৈ অধিক লোক আক্ৰান্ত হৈছে। কিন্তু গোটেই বিশ্বত নিশ্চিত আক্ৰান্তৰ সংখ্যা ৩৫মিলিয়নহে ধৰা হৈছিল।

বিশেষজ্ঞসকলৰ মতে, বৰ্তমান  গোটেই বিশ্বত যি কৰ’না আক্ৰান্তৰ সংখ্যা নিশ্চিত কৰা হৈছে, প্ৰকৃততে আক্ৰান্তৰ সংখ্যা তাতকৈ বহু বেছি হ’ব।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd