• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৭০টা সংগঠনত ‘বিভাজন’: কালৈ আঙুলি পলাশ চাংমাইৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 5, 2018 4:53 pm
roha toll gate akhil- palash KMSS, AJYCP react to NHPC resuming Lower Subansiri project

ৰহাত টল গে’টৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত পলাশ চাংমাই আৰু অখিল গগৈ। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গণ সংগ্ৰামৰ নেতৃত্বদায়ী ৭০টা সংগঠনত “বিভাজন” হোৱা বুলি প্ৰচাৰিত বাতৰি ভুৱা আৰু এই অপপ্ৰচাৰৰ আঁৰত আছে “চৰকাৰ”।

৭০টা সংগঠনৰ ১৪টাই সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি দুৰ্নীতি বিৰোধী যুৱ শক্তি নামৰ এটা সংগঠনৰ নেতা ধৰ্মকান্ত গগৈৰ উদ্ধৃতিৰে একাংশ সংবাদ মাধ্যমে পৰিৱেশন কৰা “খবৰ” নস্যাৎ কৰি নৰ্থ ইষ্ট নাও-ত মঙলবাৰে এই স্পষ্টীকৰণ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

Apply Now

“এইবোৰ  চৰকাৰী পক্ষৰ অপপ্ৰচাৰ। যিজন লোকে এই অপপ্ৰচাৰটো চলাইছে তেওঁ টাই আহোম যুৱ পৰিষদৰ পৰা বহিষ্কৃত সদস্য। তাৰ পৰা ওলাই তেওঁ এটা সংগঠন খুলি লৈছিল। আৰু সেই সংগঠনটো ৭০ টা সংগঠনৰ উমৈহতীয়া মঞ্চত নাছিল,” জনালে চাংমায়ে।

ধৰ্মকান্ত গগৈক আৰ এছ এছ-বিজেপি নিয়োজিত “দালাল” বুলি অভিহিত কৰি উমৈহতীয়া মঞ্চৰ নেতৃত্বৰ দাবী যে গগৈৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি বোলা সংগঠনটো উমৈহতীয়া মঞ্চৰ অন্তৰ্ভুক্তই নাছিল কোনোদিন!

গগৈয়ে উল্লেখ কৰা ১৪টা সংগঠনৰ ১২টা ৭০ সংগঠনৰ অন্তৰ্ভুক্তই নহয় আৰু বাকী দুয়োটাই সমৰ্থন প্ৰত্যাহাৰ কৰাই নাই, দাবী নেতৃত্বৰ।

‘‘অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে সমৰ্থন প্ৰত্যাহাৰ কৰিছে বুলি ক’বলৈ (ধৰ্মকান্ত গগৈয়ে) ক’ত কৰ্তৃত্ব পালে। তেওঁ এই ভুৱা বাতৰি বিয়পাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি থকা সংগঠনসমূহৰ ঐক্য বিনষ্ট কৰা আৰু সংগঠনসমূহক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা কৰিছে,” সংবাদ মাধ্যমত এই স্পষ্টীকৰণ সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে নিপেন দাস আৰু নিত্যানন্দ দাস আৰু পৰিষদৰ সভাপতি, সম্পাদক ক্ৰমে আশ্ৰফ আলী আৰু মইনুল হকৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd