• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমি কাৰোবাৰ প্ৰতি কিয় আকৰ্ষিত হও? কি কয় বৈজ্ঞানিক গৱেষণাই?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 7, 2024 10:08 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সময়ত আমি বিভিন্ন জনৰ প্ৰতি আকৰ্ষিত হওঁ। কেতিয়াবা আমাৰ কাৰোবাক ভাল লাগে বা কেতিয়াবা এই ভাল লগাৰ পৰাই আমাৰ প্ৰেমৰ শিহৰণ জাগি উঠে।

কিন্তু আপুনি জানেনে এই ভাল লাগি যোৱা বা আকৰ্ষিত হোৱাৰ অৰ্থ কি? কিয় হঠাতে কাৰোবাৰ প্ৰতি জাগি উঠে সুতীব্ৰ আকৰ্ষণ। আজি আমি এই প্ৰশ্নৰ উত্তৰ দিম আপোনালোকক।

Apply Now

বিখ্যাত চাউথমপটন বিশ্ববিদ্যালয়ৰ চিকিৎসক ক্লেয়াৰ হাৰ্টে মানুহৰ আকৰ্ষণৰ ওপৰত কৰিছে এক বিশেষ গৱেষণা। গৱেষণা কৰি চিকিৎসা বিজ্ঞানীগৰাকীয়ে      উলিয়াইছে মানুহৰ প্ৰতি মানুহ আকৰ্ষিত হোৱাৰ কিছুমান মুখ্য কাৰণ। সেই কাৰণবোৰ কি ই জানো আহক –

১/ সাদৃশ্য

সাদৃশ্যৰ ভিত্তিত মানুহ মানুহৰ প্ৰতি আকৰ্ষিত হয়। যদি আপুনি ভাল পোৱা একেটা বস্তু আন কোনোবাইও ভাল পায় তেন্তে আপুনি তেওঁৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। যদি দুজন মানুহৰ মাজত সাদৃশ্য থাকে তেন্তে সম্ভৱ যে তেওঁলোকৰ মাজত আকৰ্ষণ থাকিব পাৰে।

২/ কাৰোবাৰ উপস্থিতি অনুভৱ কৰা

যদি আপোনাৰ সন্মুখত কোনোবা আছে যাক আপুনি প্ৰতিদিনে দেখা পায়, তেন্তে তেওঁৰ অদ্ভুত কথাবোৰো সঁচা যেন লাগিবলৈ আৰম্ভ কৰে। আপুনি তেওঁৰ বিষয়ে সৰু সৰু কথাবোৰ মনত পেলাবলৈ আৰম্ভ কৰে। যদি কোনোবা আপোনাৰ ওচৰত থাকে বা আপোনাৰ সৈতে একে অঞ্চলতে থাকে তেন্তে সেই ব্যক্তিজনৰ প্ৰতি আকৰ্ষিত হোৱাটো অতি সাধাৰণ কথা হ’ব পাৰে।

৩/ চেহেৰাৰ প্ৰভাৱ

আকৰ্ষণীয় চেহেৰাই মানুহক আকৰ্ষিত কৰে। আৱেগিক আকৰ্ষণ বেলেগ, কিন্তু শাৰীৰিক আকৰ্ষণো অতি গুৰুত্বপূৰ্ণ।

৪/ আৱেগ

এজন ব্যক্তিৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰাটোও গুৰুত্বপূৰ্ণ। এই কাৰণেই কাৰোবাৰ লগত সময় কটাবলৈ ভাল পালে তেওঁৰ প্ৰতি শাৰীৰিক আকৰ্ষণো অনুভৱ হয়। যদি তেওঁৰ আচৰণ আপোনাৰ লগত ভাল হয় তেন্তে আপুনি আকৰ্ষণ অনুভৱ কৰিব পাৰে।

৫/ সংগীৰ অভাৱ অনুভৱ কৰা

যদি আপোনাৰ কোনো সংগী নাই আৰু আপুনি দীৰ্ঘদিন ধৰি অবিবাহিত হৈ আছে, তেন্তে সম্ভৱ যে আপুনি সম্ভাৱ্য সংগীৰ প্ৰতি আকৰ্ষিত হ’বলৈ আৰম্ভ কৰিব পাৰে। এনে পৰিস্থিতি আমি আমাৰ ওচৰে পাজৰে থকা মানুহৰ প্ৰতি আকৰ্ষিত হওঁ। গতিকে যদি সংগীৰ অভাৱ হয় তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ চৌপাশৰ মানুহৰ প্ৰতি আকৰ্ষিত হ’ব।

৬) শাৰীৰিক স্পৰ্শৰ অভাৱ

বহু সময়ত আমি মানুহৰ স্পৰ্শৰ বাবে হাহাকাৰ কৰো আৰু হয়তো আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হওঁ। শাৰীৰিক স্পৰ্শও অতি গুৰুত্বপূৰ্ণ যিটো আকৰ্ষণৰ এক অতি গুৰুত্বপূৰ্ণ কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও সামাজিক মৰ্যাদা, জনপ্ৰিয়তা, আদিয়ে এজন ব্যক্তিৰ প্ৰতি আকৰ্ষণ বঢ়াই তোলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd