• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দৃশ্যগ্ৰহণৰ সময়ত অভিনেত্ৰী তাপসী পান্নুৰ গালত খঙত ৭ চৰ সোধালে সহ-অভিনেত্ৰীয়ে

NE NOW NEWS
গুৱাহাটী , February 8, 2020 10:13 am

1 min read

Tapshi Pannu

তাপসী পান্নু, উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে অভিনেত্ৰী তাপসী পন্নুৰ নতুন ছবি থাপ্পৰে।

পৰিচালক অনুভৱ সিনহাই পৰিচালনা কৰা ‘থাপ্পৰ’ অহা ২৮ ফেব্ৰুৱাৰিত দেশৰ ছবিগৃহ সমূহত মুক্তি লাভ কৰিব।

নতুন ছবিখনক লৈ আশাবাদী হৈ পৰিছে অভিনেত্ৰী তাপসী পন্নু।

উল্লেখযোগ্য যে, ‘থাপ্পৰ’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সহ-অভিনেত্ৰীৰ পৰা ৭ টা চৰ খাবলগীয়া হৈছিল অভিনেত্ৰী তাপসী পান্নুৱে।

চলচ্চিত্ৰখনত থকা এটা দৃশ্য সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে সহ-অভিনেত্ৰী পাৱেল গুলাটীয়ে তাপসী পান্নুক ৭ টা চৰ মাৰিছিল।

পৰিচালক অনুভৱ সিনহাই চৰিওৱাৰ দৃশ্যটো সম্পুৰ্ণ সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে উক্ত দৃশ্যটো বাৰে বাৰে দৃশ্যগ্ৰহণৰ নিৰ্দেশ দিছিল।

বলিউদত মিষ্টাৰ পাৰ্ফেকচনিষ্ট হিচাপে পৰিচিত আমিৰ খানে নিজৰ চলচ্চিত্ৰসমূহৰ দৃশ্যগ্ৰহণৰ সময়ত সদায় সঠিক ৰূপায়নত গুৰুত্ব প্ৰদান কৰাৰ ধৰণে থপ্পৰৰ পৰিচালক অনুভৱ সিনহায়ো নতুন ছবিখনৰ দৃশ্যগ্ৰহণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd