DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অভিনেতা চনু চুড প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ভগৱান; সহায়ৰ ৰহস্য উদঘাটন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 2:42 pm
115.7k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ কাৰণে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ভগৱানৰ ৰূপত থিয় দিছে বলিউদৰ জনপ্ৰিয় অভিনেতা চনু চুডে।

প্ৰশাসনৰ অনুমতিত কোনো সহায় নোলোৱাকৈ সম্পূৰ্ণ নিজা খৰচত যিদৰে শ্ৰমিক সকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই আছে তাক লৈ সকলো স্তৰৰ লোকে এতিয়া অভিনেতা চুডক বাস্তৱ হিৰ’ সজোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।

কিন্তু এইখিনিতে নিশ্চয় সকলোৰে মনত এটা প্ৰশ্নৰ উদ্ভৱ হৈছে যে অভিনেতা চনুৱে কিয় মুম্বাইত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিসকলক এইদৰে সহায় কৰি আছে।

এই প্ৰশ্নৰ উত্তৰ হৈছে এটা ৰেইল পাছ, আৰু এই পাছটো বৰ্তমান তীব্ৰ হাৰত ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত।

আচলতে চনু চুড পাঞ্জাৱৰ মোগা জিলাৰ বাসিন্দা। তেওঁ পাঞ্জাৱৰ পৰা নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে মায়ানগৰী মুম্বাইলৈ আহিছিল।

অভিনয় জগতত কেৰিয়াৰ গঢ়িব খোজা চনুৱে প্ৰথমাৱস্থাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। কেৰিয়াৰৰ আৰম্ভণিৰ এই সংগ্ৰামৰ সময়ত তেওঁ অহা যোৱা কৰিছিল লোকেল ট্ৰেইনত।

আজিৰ এই অৱস্থা পোৱাত কেনে কেনে ধৰণৰ সংগ্ৰাম কৰিব লগীয়া হৈছিল সেই সকলো মনত আছে চনুৰ। সেয়ে আজি তেওঁ এইদৰে প্ৰব্ৰজিত শ্ৰমিকসকলক নিঃস্বাৰ্থভাৱে সহায় আগবঢ়াই আছে।

তদুপৰি লকডাউনত আৱদ্ধ শ্ৰমিকসকলে খোজ কাঢ়ি কাঢ়ি নিজৰ ঘৰলৈ গৈ থকা ছবিয়ে চনুক যথেষ্ট পৰিমানে আৱেগিক কৰি তুলিছিল আৰু সেয়ে তেওঁ শ্ৰমিক সকলক ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংহাৰ আৰম্ভ হোৱাৰ সময়ৰে পৰা অভিনেতা চনুৱে বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে।

প্ৰথমে তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে মুম্বাইস্থিত এখন হোটেল কৰ্তৃপক্ষক প্ৰদান কৰিছিল। ইয়াৰ পিছত দৈনিক ৪৫ হাজাৰৰো অধিক দুখীয়া শ্ৰমিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd